• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও কাগজ কলৰ ২০০ কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰ ষড়যন্ত্ৰ : নাপালে তিনি মাহৰ দৰমহাও

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 7:10 pm
NagaonPaperMill
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে মাৰ্চ মাহৰ অন্তিম দিনটোত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে হিন্দুস্তান পেপাৰ কৰ্প’ৰেইশ্যনৰ অধীনৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনিমাহৰ দৰমহা মুকলি কৰি দিছিল যদিও সেয়া কেৱল একাংশ কৰ্মচাৰীৰ বাবেহে আছিল।

কাগজ কলটোত যোৱা প্ৰায় ৩০ বছৰে কৰ্মচাৰী হিচাপে কাম কৰি অহা প্ৰায় ২০০ কৰ্মচাৰীয়ে এতিয়াও পোৱা নাই দৰমহা। এই অন্যায়ৰ বলি হোৱা কৰ্মচাৰীসকলে অভিযোগ কৰামতে, তেওঁলোকক কামৰ পৰা খেদাৰ সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কলটোৰ ব্যৱস্থাপনাত জড়িতসকলে। এয়া কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বঞ্চিত কৰ্মচাৰীসকলে। আজি এই ষড়যন্ত্ৰৰ লগতে দৰমহাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত কাগজকলটোৰ এই কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Apply Now

উল্লেখযোগ্য যে হিন্দুস্তান পেপাৰ কৰ্প’ৰেইশ্যনৰ অধীনৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে যোৱা প্ৰায় ১৮-১৯ মাহৰ দৰমহা নোপোৱাকৈ আছিল। বিভিন্ন আৱেদন-নিবেদন আৰু প্ৰতিবাদৰ অন্ততঃ চৰকাৰে তেওঁলোকৰ প্ৰাপ্য ১৮-১৯ মাহৰ দৰমহাৰ ঠাইত মাত্ৰ ৩ মাহৰ মুকলি কৰি দিছিল যোৱা ৩১ মাৰ্চত।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই মুকলি কৰি দিয়া দৰমহাৰ মাজত কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা অন্তৰ্ভুক্ত হোৱা নাছিল। অথচ তেওঁলোকেও একেই তাৰিখৰ পৰা দৰমহা নোপোৱাকৈ আছিল।

আজি প্ৰতিবাদ কৰা কৰ্মচাৰীসকলে অভিযোগ কৰে যে তেওঁলোকক কলটোৰ পৰা খেদিবলৈ কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰ কৰিছে। তেওঁলোকক দৰমহা নিদিয়াৰ লগতে তেওঁলোকৰ বাবে থকা পান্সিং মেচিনো কাৰ্য্যালয়ৰ পৰা উঠাই দিয়া হৈছে।

মন কৰিব লগীয়া যে এই কৰ্মচাৰীসকলৰ প্ৰায় সংখ্যকেই কলটোৰ জন্মলগ্নৰ পৰাই কাম কৰি আহিছে। লগতে তেওঁলোকে আনসকলৰ দৰেই নিয়মীয়াকৈ দৰমহা পাই আহিছিল। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক দৰমহাৰ পৰা বঞ্চিত কৰাৰ লগতে কামৰ পৰা চাটাই কৰিবলৈ ওলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd