• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাত : দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ

মিণ্টু দাস by মিণ্টু দাস
July 28, 2018 11:56 am
drugs-570x320

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহা অবৈধ ঘাটিত নগাঁও আৰক্ষীয়ে কালি নিশা অতৰ্কিত অভিযান চলাই সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা ২৮ কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।

উল্লেখ্য যে, ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ মাজপাথৰি অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই আহিছিল। গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ মাজপাথৰিৰ  অবৈধ ঘাটিত চলা নগাঁও আৰক্ষীৰ অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ হয়।

Apply Now

নগাঁও আৰক্ষীয়ে মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ পিচতে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা অবৈধ বজাৰখনৰ বহু গোপন কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা ২৮ কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে নগাঁও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত টিংকু আলী আৰু মোহাম্মদ কায়েম নামৰ লোক দুজনক কৰায়ত্ত কৰে।

জানিব পৰা মতে বিশেষকৈ নিশাৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰীয়ে  বিলাসী গাড়ীৰে সততে সাধাৰণ লোক বা আৰক্ষীয়ে সন্দেহ নকৰিবৰ বাবে ড্ৰাগছ সৰবৰাহ কৰে। আনহাতে, নগাঁও আৰক্ষীলৈ অহা গোপন খবৰ অনুসৰি  জিলাখনৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰাৰ উদ্দেশ্যে মাজপাথৰিত এখন এ এচ ০৪ ই ৬১১৭ নম্বৰৰ ইণ্ডিকা গাড়ীত ড্ৰাগছ মজুত কৰি ৰাখিছিল।

ইয়াৰ পিচতে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে, লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এ এচ ০৪ ই ৬১১৭ নম্বৰৰ ইণ্ডিকাৰ লগতে এখন স্কুটিও জব্দ কৰে।

উল্লেখ্য যে, এটা দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই আহিছে। নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে প্ৰকাশ কৰা তথ্যনুসৰি মদ, ড্ৰাগছ আদিৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে গঠন কৰা বিশেষ অভিযানকাৰী দলে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাব আৰু অতিশীঘ্ৰেই জিলাখনত থকা কেবাটাও ড্ৰাগছৰ মূল ঘাটি উৎখাত হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে আটক কৰা দুই ড্ৰাগছ ব্যৱসায়ীৰ জেৰা অব্যাহত ৰাখিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd