• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বড়ো, কাৰ্বি ৰাজ্য গঠনৰ দাবীত কঁপি উঠিল নতুন দিল্লীৰ ৰাজপথ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 10:04 am
protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথক বড়ো আৰু কাৰ্বি ৰাজ্য গঠনৰ দাবীত সোমবাৰে উত্তাল হ’ল দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজপথ। বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ সহস্ৰাধিক লোকে ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈকে এক বৃহৎ সমদল উলিযায় দীৰ্ঘদিনীয়া দাবী পুনৰ উত্থাপন কৰে।

‘নেশ্যনেল ফেডাৰেশ্যন অব্‌ নিউ ষ্টেট’ নামৰ সংগঠনটোৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ লগতে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি অহা দেশৰ অন্য প্ৰান্তৰ সহস্ৰাধিক দল-সংগঠনৰ লোকেও উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Apply Now

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা বড়ো জনগোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে ‘ডিভাইড অসম ৫০:৫০,’ ‘জীৱন দিম বড়োলেণ্ড ল’ম’, ‘বড়োলেণ্ড আমাৰ সাংবিধানিক অধিকাৰ’ আদি শ্ল’গানেৰে নতুন দিল্লীৰ আকাশ বতাহ কপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আয়োজিত এখন সংবাদমেলত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সভাপতি প্ৰমোদ বড়োৱে পৃথক ৰাজ্য গঠনৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলাই অহা নিকৃষ্ট ৰাজনীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড সমস্যা সমাধানত অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে। তেওঁ লগতে কয় যে বিগত লোক সভাৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে পৃথক বড়ো ৰাজ্য গঠনৰ দাবীক সমৰ্থন জনাইছিল। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পাছত সকলো পাহৰি যোৱা বুলিও অভিহিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পৃথক ৰাজ্য গঠনৰ দাবীক গুৰুত্ব নিদিয়ে তেনেহ’লে আগন্তুক দিনত এবছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বুলিও সকীয়াই দিয়ে।

আনহাতে, কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ ছানছুমা খংগুৰ বিছমুতিয়াৰীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে সাধাৰণ জনতাৰ কোনো কথাই নাভাবে বুলি জনাই কয় যে শাসনলৈ অহাৰ পাছত প্ৰধানমন্ত্ৰীক দেখা কৰাৰ বাবে মই বহুবাৰ পত্ৰ প্ৰেৰণ কৰিলো, কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰীয়ে সাক্ষাতৰ সময় নিদিলে।  প্ৰধানমন্ত্ৰীৰ এনে ধৰণৰ মনোভাব একনায়কত্ববাদৰ পৰিচায়ক বুলিও অভিহিত কৰে প্ৰাক্তন সাংসদজনে।

ইফালে, পৃথক ৰাজ্যৰ দাবী উহ্থাপন কৰা দলসমূহৰ ঐক্যমঞ্চ ‘নেশ্যনেল ফেডাৰেশ্যন অব্‌ নিউ ষ্টেট’ৰ সভাপতি এছ জি এনেও সংবাদমেলত জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালচনা কৰা দেখা যায়।

অৱশ্যে তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে নিৰ্বাচন অহাৰ লগে লগেই আমাৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰখনৰ দৃষ্টি গোচৰ হয়। লগতে পৃথক ৰাজ্যৰ প্ৰসংগক লৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতি কৰি অহা বুলিও অভিহিত কৰে।

আনহাতে আগন্তুক লোক সভা নিৰ্বাচনত এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰা বিজেপিক প্ৰত্যুত্তৰ দিবলৈ ‘নেশ্যনেল ফেডাৰেশ্যন অব্‌ নিউ ষ্টেট’ সাজু হোৱা বুলিও মত ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd