• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিকাশৰ দৃঢ় কাৰ্য্যসূচীৰ বাবেই ত্ৰিপুৰাত ‘শূন্যৰ পৰা শিখৰলৈ’ যাত্ৰা সম্ভৱ হ’ল : মোদী

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
March 3, 2018 6:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ঐতিহাসিক বিজয়ক আদৰ্শগত বিজয়ো বুলিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই বিজয়ক সাধাৰণ বিজয় নহয় বুলি অভিহিত কৰি টুইটাৰযোগে মোদীয়ে কয়, ‘বিকাশৰ দৃঢ় কাৰ্য্যসূচী আৰু আমাৰ সংগঠনৰ শক্তিৰ বাবে শূন্যৰ পৰা শিখৰলৈ এই যাত্ৰা সম্ভৱ হ’ল। বছৰ বছৰ ধৰি গ্ৰাউণ্ডত বিৰাট যত্নৰে কাম কৰি অহা বাবে বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাক মই মূৰ দোঁৱাইছো।’

Apply Now

তেওঁ কয়, ‘মোৰ ত্ৰিপুৰাৰ ভাই, ভনীসকলে যি কৰিলে সি অভূতপূৰ্ব। ত্ৰিপুৰাত বিজেপিলৈ আগবঢ়োৱা অভূতপূৰ্ব সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ দিবলৈ কোনো শব্দই যথেষ্ঠ নহয়। ত্ৰিপুৰাক পৰিৱৰ্তন কৰিবৰ বাবে আমি সকলো প্ৰচেষ্টা কৰিম।’

মোদীয়ে লগতে ‘মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ জনসাধাৰণে ৰায় দিলে! সুশাসনৰ কাৰ্য্যসূচী আৰু আমাৰ মূল্যৱান সংগীসকলৰ ‘এক্ট ইষ্ট নীতি’ৰ প্ৰতি জনোৱা সমৰ্থনৰ বাবে মই এই ৰাজ্যকেইখনৰ জনসাধাৰণক ধন্যবাদ জনাইছো।’ পশ্চিম বংগ, অ’ড়িছা আৰু কেৰালা জয়ৰ লগে লগে বিজেপিৰ সোণালী যুগ আৰম্ভ হ’ব বুলি কৈছে বিজেপি সভাপতি অমিত শ্বাহে। শ্বাহে কয়, ‘আমি কৰ্নাটকত নিশ্চিতভাৱে জিকিম।’

নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্য্যালয়ত শ্বাহে কয়, ‘ত্ৰিপুৰাৰ বিজয় ঐতিহাসিক। বাওঁপন্থা ভাৰতৰ কোনো ঠাইৰ বাবেই ঠিক নহয়।’

তেওঁ কয়, ‘যোৱা বছৰে ত্ৰিপুৰাৰ বিকাশৰ বাবে চিপিএমে একো নকৰিলে।’

আনহাতে ৰাজ্যখনত বিজেপিৰ দায়িত্বত থকা অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তেওঁৰ টুইটাৰ হেণ্ডলত ‘বাওঁ দূৰ্গ বিধ্বস্ত কৰা হ’ল’ বুলি কৈ ত্ৰিপুৰাৰ ৰাইজক অভিনন্দন জনাইছে।

আনহাতে পৰাজয়ৰ পিছত চিপিআই (এম)ৰ নেতা সীতাৰাম য়েচুৰীয়ে কয় যে বিজেপিয়ে ধন, বল ক্ষমতা অবিধভাৱে ব্যৱহাৰ কৰিছে। য়েচুৰীয়ে কয়, ‘সকলো বাওঁবিৰোধী শক্তিক একগোট কৰিবলৈ সক্ষম হৈছে। কিন্তু বাওঁ মৰ্চাই ৪৫ শতাংশ ভোট পাইছে।’

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd