• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্তৰ স্বাস্থ্য বিভাগত ১,২৭৩ গৰাকী প্ৰাৰ্থী নিযুক্তিত বিয়াগোম কেলেংকাৰীৰ অভিযোগ দুলাল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2018 1:57 pm
dulal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত ১,২৭৩ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ নামত বিয়াগোম দুৰ্নীতি চলি আছে’।— এই অভিযোগ দুলাল বৰাৰ।

আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰটিআই কৰ্মী দুলাল বৰাই।এই সন্দৰ্ভত বৰাই কয়— স্বাস্থ্য সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাই অকৰ্তৃত্বশীলভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লাইফ ইনভ’লভমেন্ট নামৰ এটা এনজিঅ’ক দায়িত্ব দিছিল।

Apply Now

স্বাস্থ্য বিভাগত সংঘটিত ১,২৩৭ গৰাকী ষ্টাফ নাৰ্ছ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, নৈশ চকীদাৰৰ নিযুক্তি কেলেংকাৰীৰ নেতৃত্বত আছে স্বাস্থ্য সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা। ১,২৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৮২ গৰাকী ষ্টাফ নাৰ্ছ, ১৬৮ গৰাকী ৱাৰ্ড বয়, ১৬৮ গৰাকী ৱাৰ্ড গাৰ্ল আৰু ৫৫ গৰাকী নৈশ চকীদাৰ আছিল।

আজিৰ সংবাদমেলত বৰাই এই প্ৰাৰ্থীসকলৰ পৰা ভূঞা বাহিনীয়ে কোটি কোটি টকা লোৱাৰ গুৰুতৰ অভিযোগ তুলি কয়— ‘চতুৰ্থ শ্ৰেণীৰ পদৰ বাবদ ৪-৫ লাখ টকা আৰু ষ্টাফ নাৰ্ছৰ পদৰ বাবে ৬-৭ লাখ টকা উৎকোচ ৰবীন ভূঞা বাহিনীয়ে সংগ্ৰহ কৰিছিল’।

তাৎপৰ্যপূৰ্ণভাবে তেওঁ তথ্য সহকাৰে অভিযোগ কৰে যে উক্ত পদসমূহৰ কাৰণে মুঠ ১,১০,০০০ হাজাৰজন প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ ভিতৰত ১০ হাজাৰ গৰাকী প্ৰাৰ্থীয়ে অনলাইনযোগে আৰু ১ লাখ প্ৰাৰ্থীয়ে অফলাইনযোগে আবেদন কৰিছিল বুলিও তেওঁ সদৰী কৰে। উক্ত এন জি অ’টোৱে যোৱা ৬ মে’ত এই পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু ১৭ মে’ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

বৰাই কৰা অভিযোগ অনুসৰি অনলাইনযোগে যিসকলে আবেদন কৰিছিল সেইসকলক পৰীক্ষাত বহিবৰ বাবে সুবিধা প্ৰদান কৰাৰ বিপৰীতে ১ লাখ পৰীক্ষাৰ্থীক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত কৰা হৈছে।

উল্লেখযোগ্য যে দুলাল বৰাই অলপতে দিছপুৰ আৰক্ষী থানাত ৰথীন্দ্ৰ ভূঞা বাহিনীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৪২০/৪০৯ ধাৰাৰ অধীনত ১৩০০/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো কথাটো অৱগত কৰে।

তেওঁ লগতে আজিৰ সংবাদ মেলৰ জৰিয়তে চৰকাৰক স্বাস্থ্য বিভাগৰ সঞ্চালক ৰথীন্দ্ৰ ভূঞাক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd