• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বচ্ছ ভাৰত মিচনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
March 5, 2018 6:41 pm
Cleanliness awareness program
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ‍্যে আজি ডিমৌৰ ছেইন্ট জনছ্ স্কুলত এখন সজাগতা সভা অনুষ্ঠিত হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী কৰবী সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সভাৰ উদ্দেশ্য বাখ‍্যা কৰে দুৰ্গামাধৱ দিহিঙীয়াই।

Apply Now

সভাখনত স্বচ্ছ ভাৰত অভিযানৰ ডিমৌ নগৰ সমিতিৰ ব্ৰেণ্ড এম্বেচাদৰ তথা জেষ্ঠ সাংবাদিক শেখৰজ্যোতি দুৱৰীয়ে ছাত্ৰ ছাত্ৰী সকলক স্বচ্ছতা,পৰিস্কাৰ পৰিচ্ছন্নতাক নিজৰ জীৱনৰ এক কৰ্তব্যৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

ডিমৌৰ সমূহ নগৰবাসীক নিজৰ নগৰখনক এখন স্বচ্ছ, পৰিচ্ছন্ন নগৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন সাৰ্থক কৰিবলৈ হ’লে নিজৰ ঘৰ, বিদ্যালয়, গাঁও-নগৰৰ পৰা স্বচ্ছতাৰ অভিযান আৰম্ভ কৰিব লাগিব।

সভাত বিদ্যালয়খনৰ ভাস্কৰ শৰ্মা,পলী চেতিয়া,ডিমৌ নগৰ সমিতিৰ দিব্যৰঞ্জন গগৈ আদি উপস্থিত থাকি স্বচ্ছতাৰ ওপৰত ব্যক্তব্য আগবঢ়ায়।

সভাত উপস্থিত ৰাইজে ডিমৌ অঞ্চলৰ চুকে-কোণে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে সময়ে সময়ে লৈ অহা বিভিন্ন পদক্ষেপক শলাগ লয়।

ইতিমধ্যে এইলানি সজাগতা সভাৰ অংশস্বৰূপে ২৭ ফেব্ৰুৱাৰীত ডিমৌ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হৈ গৈছে আৰু অহা ৬ মাৰ্চত কলিয়াপানী প্ৰাথমিক বিদ্যালয়ত,৭ মাৰ্চত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত,৮ মাৰ্চত হলি কিডছ স্কুল আৰু ৯ মাৰ্চত ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনত স্বচ্ছ ভাৰত অভিযানৰ অধীনত সজাগতা সভা অনুস্থিত হ’ব বুলি ডিমৌ নগৰ সমিতিয়ে জানিবলৈ দিছে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd