• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধানৰ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 9, 2018 9:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ধাৰাবাহিক আন্দোলন চলাই আহিছে।

তাৰ বিপৰীতে লাষ্টগেটত ধৰ্ণা কাৰ্য্যসূচী কৰি থকা অৱস্থাতে  প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে নিৰ্বিচাৰভাৱে লাঠীচালনা কৰিছিল। ফলত হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ তিনিখন মহাবিদ্যালয়ত তলা ওলোমাই উক্ত লাঠীচালনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Apply Now

এই ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে আহ্বান জনাই আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি প্ৰেৰণ কৰে।

তেওঁ সেই চিঠিখনত উল্লেখ কৰা অনুসৰি ‘মই এই চিঠিৰ সৈতে হোমিঅ’পেথিক মহাবিদ্যালয় ছাত্ৰ সন্থাই উত্থাপন কৰা দাবীসম্বলিত স্মাৰক পত্ৰ গাঁথি দিছো, য’ত অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে উল্লেখ আছে।লগতে ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট কতৃপক্ষক দাবীসমূহৰ সঠিক সমাধান প্ৰদান কৰিবৰ বাবে স্মাৰক পত্ৰখনত আহ্বান জনাইছে।’

তদুপৰি তেওঁ চিঠিখনত স্পষ্টকৈ উল্লেখ কৰে যে হোমিঅ’পেথিক মহাবিদ্যালয় সমূহত শিক্ষা প্ৰদান কৰিবৰ বাবে প্ৰয়োজনীয় অধ্যাপকৰ অভাৱ আৰু এই সমস্যাই মহাবিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশত বাধাৰ সৃষ্টি কৰিছে।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি দুৰ্বল বুলি উল্লেখ কৰি কয় ‘হোমিঅ’ কলেজ সমূহৰ আন্তঃগাঁথনি সবল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। লগতে মই  এই মহাবিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছো।’

ইয়াৰোপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা চিঠিখনত উল্লেখ কৰে যে ৰাজ্যত বহুসংখ্যক হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত কৰি নিবনুৱা হৈ থাকিবলগীয়া হৈছে। তথাপি স্বাস্থ্য বিভাগে এই নিবনুৱাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যোৱা কেইবাটাও বছৰ ধৰি কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই।

আনহাতে চিঠিখনত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে স্মাৰক পত্ৰতউল্লেখ কৰা সকলোবোৰ সমস্যাক গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে স্বাস্থ্যবিভাগক আহ্বান জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd