• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহাৰ টোল গে’টৰ কৰ দেশৰে সৰ্বাধিক, বিৰোধিতা কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 16, 2018 10:39 pm
Debabrata Saikia Assam Legislative Assembly Leader of Opposition along with APCC president Ripun Bora addressing press conference at Rajib Bhavan in Guwahati on16-07-18. Pix BY UB Photos

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো নিয়ম উলংঘা কৰি দেশৰ ভিতৰত সৰ্বাধিক কৰ আৰোপেৰে ৰহাৰ টোল গে’ট মুকলি কৰি বিজেপি চৰকাৰে অসমৰ ৰাইজৰ মূৰত মাধমাৰ সোধাইছে বুলি অভিযোগ কৰি এই টোল গে’টৰ বিৰোধিতা কৰিছে কংগ্ৰেছে।

শেহতীয়াকৈ মুকলি কৰা ৰহাৰ টোল গে’টৰ কৰ দেশৰ ভিতৰতে সৰ্বাধিক বুলি আজি ১৬ জুলাইত তথ্য দাঙি ধৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Apply Now

সংবাদমেলত সৰু গাড়ীৰ ক্ষেত্ৰত কেইবাখনো ৰাজ্যৰ টোল গে’টৰ কৰৰ পৰিমাণ আৰু সেই কৰ দি কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিব পাৰে তাৰ তথ্য দাঙি ধৰে। ‘অসমৰ চুবুৰীয়া মেঘালয়ত ৬৫ টকাৰে ১৩৫.৫ কি.মি., মধ্য প্ৰদেশত ৭৫ টকাৰে ৫৮৪.৫ কি.মি., পশ্চিমবংগত ৭৫ টকাৰে ৬৪৬ কি.মি., অন্ধ্ৰ প্ৰদেশত ৪৫ টকাৰে ৩৪৮.৭২ কি.মি. আৰু কৰ্নাটকত ৪০ টকাৰে ৩০০.৪৮ কি.মি.’ অতিক্ৰম কৰিব পাৰি বুলি তথ্য দাঙি ধৰে বৰাই।

বৰাই লগতে কয় অসমত ১০০ টকাৰে ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ ২৫৪.৫১ কি.মি.হে অতিক্ৰম কৰিব পাৰি।

অসমত কম দূৰত্বতে এটা অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত অধিক কৰ ৰাইজৰ ওপৰত জাপি দিয়া বুলিও বৰাই মন্তব্য কৰে। ‘এয়া এক জন বিৰোধী ব্যৱস্থা আৰু ইয়াৰ জৰিয়তে ৰাইজৰ মূৰত মাধমাৰ সোধোৱা হৈছে,’ বৰাৰ অভিযোগ।

‘বিজেপি চৰকাৰে কেৱল কৰ সংগ্ৰহৰ বাবে সকলো আইন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম উলংঘা কৰি এই টোল গে’ট খুলিছে,’ বুলিও বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

‘টোল সংগ্ৰহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি নিৰ্দেশনা আৰু টোল গে’টৰ যিবিলাক নিয়ম সেইবিলাক ৰহাত কাৰ্যকৰী নাই হোৱা,’ ৰিপুন বৰাৰ দাবী।

‘অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই। ৰাষ্টা বহু ঠাইত ভাগি খাল হৈ গৈছে আৰু তাৰ মেৰামতি হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰ আৰু পথৰ দুই কাষে বৃক্ষ ৰোপণ হ’ব লাগে সেয়া হোৱা নাই। ৰাষ্টাত সম্পূৰ্ণৰূপে ষ্ট্ৰীট লাইট হ’ব লাগিছিল সেয়াও হৈ উঠা নাই,’ অভিযোগ বৰাৰ।

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিয়ম অনুসৰি থাকিব লগা শৌচাগাৰ, জৰুৰী হেল্পলাইন তথা কল চেন্টাৰ আৰু পথৰ দুয়োকাষে ষ্টীলৰ বেৰৰ নিৰ্মাণো এতিয়ালৈ অসমত সম্পূৰ্ণ নোহোৱাৰ কথাও বৰাই আঙুলিয়াই দেখুৱায়।

উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনটো ৰহাৰ টোল গে’ট মুকলি কৰা হৈছিল যদিও ৰাইজৰ আপত্তিৰ পিছত পিছত সকলো টোল গে’ট বন্ধ কৰি দিয়া হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd