• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহাৰ টোলগেট পুনৰ মুকলি কৰাৰ বিৰুদ্ধে ৰাজ্যিক এন এছ য়ু আইৰ প্ৰতিবাদ : এঘণ্টা ধৰি জি এছ ৰ’ডত সৃষ্টি হ’ল তীব্ৰ যানজঁট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2018 10:06 pm
NSUI

ৰহাৰ টোলগেট পুনৰ মুকলি কৰাৰ বিৰুদ্ধে ৰাজ্যিক এন এছ য়ু আইৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৫ চনত পূৰ্বৰ চৰকাৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদত সেও মানি বন্ধ কৰি দিয়া ৰহাৰ টোলগেট বৰ্ধিত নিৰিখৰ পথশুল্কৰ সৈতে বিজেপি চৰকাৰে পুনৰ মুকলি কৰাৰ প্ৰতিবাদত আজি অসম ৰাজ্যিক এন এছ য়ু আইয়ে গুৱাহাটীৰ এ বি চিস্থিত কংগ্ৰেছ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৩:০০ বজাত এই প্ৰতিবাদটো আৰম্ভ কৰে আৰু প্ৰায় ৪৫ মিনিট সময় এ বি চি অঞ্চলৰ ৰাজপথ আবদ্ধ কৰি ৰাখে। ফলত জি এছ ৰ’ডত সেই সময়ছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

Apply Now

প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ মাজৰে প্ৰায় ১০ গৰাকী প্ৰতিবাদকাৰীক ভঙাগড় আৰক্ষীয়ে আটক কৰি লৈ যায়।

প্ৰতিবাদকাৰীসকলে ‘জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, ৰহা টোলগেট বন্ধ কৰক’ ইত্যাদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা অসম ৰাজ্যিক এন এছ য়ু আইৰ ৰাজ্যিক সভাপতি জ্যোতিবিকাশ চাংমায়ে নৰ্থ-ইষ্ট নাওক জনাই যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে তেওঁলোকে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ মাৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

আনহাতে শাসনাধীন বিজেপি চৰকাৰক ‘শোষণকামী তথা জনতাৰ দুখ বুজি নোপোৱা চৰকাৰ’ আখ্যা দি কয় যে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পাছতো আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বৰ্বৰভাৱে আটক কৰি লৈ গৈছে।

“বিজেপি চৰকাৰখনে পুঁজিপতি গোষ্ঠীকহে সন্তুষ্ট কৰিব পাৰে। এজন পুঁজিপতি যদি সন্তুষ্ট নহয় তেন্তে অন্য এগৰাকী পুঁজিপতিক কিবা কৰি হ’লেও সন্তুষ্ট কৰিবৰ বাবে চেষ্টা কৰে।” এইদৰে কয় নেতাজনে।

ৰাজ্য চৰকাৰখনক তথা প্ৰশাসনক ৰাজপথ অৱৰোধ কৰি সকীয়াই দিয়া বুলি মন্তব্য কৰি চাংমায়ে কয়, “ৰহা টোলগেট যদি বন্ধ নকৰে পৰৱৰ্তী পৰ্য্যায়ত ভয়ংকৰ প্ৰতিবাদী কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ম।”

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd