• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী ঘোষিত ব্যক্তিৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ হাজেলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 7:22 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ লগতে দ্বিতীয়খন খচৰা প্ৰকাশৰ দিনো চমু চাপি আহিছে। অহা ৩০ জুনত নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাখন প্ৰকাশ পাব।

নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ পূৰ্বে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৰাজ্যখনৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। হাজেলাৰ এই পত্ৰখনে এনআৰচিৰ পৰা বহু লোকৰ নাম কৰ্তন হোৱাৰ ইংগিত বহন কৰিছে।

Apply Now

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ ভিত্তিত প্ৰেৰণ কৰা এই পত্ৰক লৈ শংকিত হৈ পৰিছে একাংশ লোক। এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কেইদিনমান পূৰ্বে প্ৰেৰণ কৰা এই পত্ৰখনত উল্লেখ কৰা হৈছে যে ইতিমধ্যে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ আত্মীয়ৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব।

গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে লেখ আবেদন নং ৩৬০/১৭ৰ শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি থৈছে। এই ৰায়ৰ আধাৰতে এনআৰচি কৰ্তৃপক্ষই বিদেশী হিচাপে চিনাক্ত লোকৰ ভাতৃ-ভগ্নী, আত্মীয় কুটুম্বৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

হাজেলাৰ পত্ৰ লাভ কৰা পিছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে সংশ্লিষ্ট জিলাত বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে চিনাক্ত কৰা লোকৰ নাম সংগ্ৰহৰ কামত ব্যস্ত হৈ পৰিছে। ইয়াৰ লগতে বংশবৃক্ষ পৰীক্ষণৰ জৰিয়তে বিদেশী চিনাক্ত লোকৰ আত্মীয়ৰ নাম এনআৰচিৰ পৰা কৰ্তনৰ কামো আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে অলপতে অসমত ১৯,৬১২ জন লোকক বিদেশী বুলি চিনাক্তকৰণৰ কথা ব্যক্ত কৰিছিল। আনহাতে, সংসদত এক লিখিত প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে অসমত বিদেশী হিচাপে ঘোষিত প্ৰায় ২০,০০০ লোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে। এতিয়া এই লোকসকলৰ সতি-সন্ততি তথা আত্মীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰিলে কেইবালাখ লোকৰো নাম নাগৰিকপঞ্জীৰ পৰা কৰ্তন হোৱাটো নিশ্চিত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

July 12, 2026 12:49 pm
কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

July 12, 2026 11:52 am
বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

July 12, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

July 12, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd