DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি : কাছাৰত সুস্মিতা দাস, লখিমপুৰত নুৰ হুছেইন নামৰ দুজন ‘বিদেশী’ আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 4:31 pm
nrc in assam
181
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণত ভুৱা তথ্যৰে নাম সুমুৱাব খোজা লখিমপুৰৰ নুৰ হুছেইন আৰু  কাছাৰৰ সুস্মিতা দাস নামৰ দুগৰাকী সন্দেহযুক্ত বিদেশীক আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে কাছাৰ জিলাৰ বৰখলাৰ সুস্মিতা দাস নামৰ মহিলাগৰাকীয়ে নিজকে বাণীবালা দাস বুলি পৰিচয় দি বেলেগৰ লীগেচি তথ্যৰে নিজকে ভাৰতীয়ৰূপে দাবী কৰিছিল। এন আৰ চিৰ তথ্য পৰীক্ষাত সকলো ফাদিল হৈ পৰাৰ লগে লগে দাসক ‘ডি ভোটাৰ’ৰূপে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে লখিমপুৰ জিলাৰ বিহপুৰীয়াত মঃ নুৰ হুছেইন নামৰ এজনক এন আৰ চি উন্নীতকৰণত ভুৱা নথি দিয়া বাবে আটক কৰা হৈছে। জানিব পৰা মতে ধৃত নুৰ হুছেইনে দৌলতপুৰ উত্তৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ ভুৱা তথ্য দিছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে নুৰক জেৰা চলাই আছে।

উল্লেখযোগ্য যে অহা ৩১ মে’ৰ ভিতৰত এন আৰ চি উন্নীতকৰণ সম্পূৰ্ণ কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ‘নিৰবচ্ছিন্ন’ তদাৰকীত আছুৱে আদৰণি জনাইছিল আৰু এন আৰ চিৰ কাম নিখূঁত আৰু নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰাৰ বাবে ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বাবে অসম চৰকাৰে উন্নীতকৰণৰ কামত গাফিলতি কৰা বিষয়াকো নিলম্বন কৰাৰ দৰে ঘটনা ঘটিছে।

আনহাতে সন্দেহযুক্ত লোকৰ নাম এন আৰ চিত সোমোৱা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অসম চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

Recent News

Nitin Gadkari

কেন্দ্রীয় মন্ত্রী গাডকাৰীক ধনদাবী- হত্যাৰ ভাবুকি! কাৰাৰুদ্ধ আততায়ীক আটক আৰক্ষীৰ

Umrah pilgrims

চৌদি আৰৱত শোকাৱহ দুৰ্ঘটনা: মক্কাভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ২০ জন তীৰ্থযাত্ৰী

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

গামোচা …Fakes can be stopped

গামোচা …Fakes can be stopped

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd