DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 12, 2018 5:09 pm
IMG_20180125_184123-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

75
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবিত অবৈধভাৱে দখল কৰা ব্যৱসায়িক-প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰে জিলা প্ৰশাসন । দীৰ্ঘদিন ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে একাংশ লোকে অবৈধভাৱে  নিৰ্মাণ কৰি লোৱা ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে গোৱালপাৰা জিলা প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায়।

জানিব পৰা মতে পথৰ কাষৰ এই দোকানসমূহ উঠাই নিবলৈ ব্যৱসায়ীসকলক প্ৰশাসনে বহুবাৰ নিৰ্দ্দেশ  দিছিল৷ কিন্তু ব্যৱসায়ীসকলে প্ৰশাসনৰ এই নিৰ্দেশক অংগুষ্ঠ দেখুৱাই পূৰ্ণোদ্যমে চলাই গৈছিল ব্যৱসায়।

এনেদৰে বাৰে বাৰে প্ৰশাসনৰ নিৰ্দেশ অৱমাননা কৰাত অৱশেষত আজি জিলা প্ৰশাসনে কৃষ্ণাইৰ আশুডুবিত উচ্ছেদ অভিযান চলাই শতাধিক ব্যৱসায়ী প্ৰতিষ্ঠান উচ্ছেদ কৰে৷

উল্লেখযোগ্য যে আশুডুবিৰ মাজৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে একাংশ লোকে অবৈধ ভাৱে দোকান সাজি ব্যৱসায় চলাই অহা কাৰ্যত অতিষ্ঠ হৈ পৰিছিল স্থানীয় নাগৰিক। তাৰোপৰি সেই দোকানসমূহ উচ্ছেদৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক বহুবাৰ অনুৰোধ কৰিছিল। আৰু অৱশেষত গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰা উচ্ছেদ অভিযানৰ এই পদক্ষেপক স্থানীয় অঞ্চলবাসীয়ে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Recent News

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd