DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত সফলভাৱে সম্পন্ন প্ৰথমটো বেদনাহীন প্ৰসৱ অস্ত্ৰোপচাৰ

হিতোজ্জল চেতিয়া by হিতোজ্জল চেতিয়া
May 20, 2018 11:50 am
ডিমৌ
84
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান বিজ্ঞানৰ যুগত মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। এই দিশত পিছ পৰি ৰোৱা নাই চিকিৎসা ক্ষেত্ৰখনো। বেদনাহীন প্ৰসৱ আধুনিক চিকিৎসাৰ এক নৱতম অধ‍্যায়। এই বেদনাহীন প্ৰসৱ সকলো মাতৃৰ এক অধিকাৰ। বিশেষকৈ অসমৰ গ্ৰাম‍্য চিকিৎসালয়সমূহত বিভিন্ন কাৰণত এই প্ৰক্ৰিয়া ব‍্যৱহাৰ কৰিব পৰা ব্যৱস্থা নাথাকে।

সাধাৰণতে পৰ্যাপ্ত এনেছথেছিয়াৰ চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ, নাৰ্চ আৰু আনুসংগিক লাগতিয়াল সা-সৰঞ্জাম, দৰৱ আদিৰ অভাৱ ইত্যাদি কাৰণৰ বাবে এই প্ৰক্ৰিয়া সম্ভৱ হৈ নুঠেগৈ।

শিৱসাগৰ জিলাৰ ডিমৌ চিকিৎসালয়ত শুকুৰবাৰে এই সকলোবোৰ বাধা নেওচি মাইনা গগৈ নামৰ প্ৰসূতি গৰাকীয়ে বেদনাহীনভাৱে এটি সুস্থ শিশুৰ জন্ম দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ ভিতৰত এখন সৰু গ্ৰাম‍্য চিকিৎসালয়ত বেদনাহীন  প্ৰসৱৰ এইয়া সম্ভৱত: একমাত্ৰ উদাহৰণ।

ডিমৌ চিকিৎসালয়ৰ সংজ্ঞানাশক বিশেষজ্ঞ ডাঃ সুৰজিত গিৰি, প্ৰসূতি বিশেষজ্ঞ ডাঃ সীমান্তজ‍্যোতি টায়ে আৰু নাৰ্চৰ সহায়ত এই বেদনাহীনহীন প্ৰসৱ সফল হৈ উঠে। তেওঁলোকৰ মতে এইয়া এক প্ৰচেষ্টা মাত্ৰ, সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’বলৈ সকলোৱে একেলগে কাম কৰিব লাগিব, তেতিয়াহে বেদনাহীন প্ৰসৱ গ্ৰাম‍্য চিকিৎসালয়ত এক বাস্তৱলৈ ৰূপান্তৰিত হ’ৱ‌। চিকিৎসালয়খনৰ এনে সফল প্ৰচেষ্টাৰ বাবে স্থানীয় ৰাইজে চিকিৎসকদ্বয়ক প্ৰশংসা কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd