• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌত সফলভাৱে সম্পন্ন প্ৰথমটো বেদনাহীন প্ৰসৱ অস্ত্ৰোপচাৰ

হিতোজ্জল চেতিয়া by হিতোজ্জল চেতিয়া
May 20, 2018 11:50 am
ডিমৌ
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বিজ্ঞানৰ যুগত মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। এই দিশত পিছ পৰি ৰোৱা নাই চিকিৎসা ক্ষেত্ৰখনো। বেদনাহীন প্ৰসৱ আধুনিক চিকিৎসাৰ এক নৱতম অধ‍্যায়। এই বেদনাহীন প্ৰসৱ সকলো মাতৃৰ এক অধিকাৰ। বিশেষকৈ অসমৰ গ্ৰাম‍্য চিকিৎসালয়সমূহত বিভিন্ন কাৰণত এই প্ৰক্ৰিয়া ব‍্যৱহাৰ কৰিব পৰা ব্যৱস্থা নাথাকে।

সাধাৰণতে পৰ্যাপ্ত এনেছথেছিয়াৰ চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ, নাৰ্চ আৰু আনুসংগিক লাগতিয়াল সা-সৰঞ্জাম, দৰৱ আদিৰ অভাৱ ইত্যাদি কাৰণৰ বাবে এই প্ৰক্ৰিয়া সম্ভৱ হৈ নুঠেগৈ।

Apply Now

শিৱসাগৰ জিলাৰ ডিমৌ চিকিৎসালয়ত শুকুৰবাৰে এই সকলোবোৰ বাধা নেওচি মাইনা গগৈ নামৰ প্ৰসূতি গৰাকীয়ে বেদনাহীনভাৱে এটি সুস্থ শিশুৰ জন্ম দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ ভিতৰত এখন সৰু গ্ৰাম‍্য চিকিৎসালয়ত বেদনাহীন  প্ৰসৱৰ এইয়া সম্ভৱত: একমাত্ৰ উদাহৰণ।

ডিমৌ চিকিৎসালয়ৰ সংজ্ঞানাশক বিশেষজ্ঞ ডাঃ সুৰজিত গিৰি, প্ৰসূতি বিশেষজ্ঞ ডাঃ সীমান্তজ‍্যোতি টায়ে আৰু নাৰ্চৰ সহায়ত এই বেদনাহীনহীন প্ৰসৱ সফল হৈ উঠে। তেওঁলোকৰ মতে এইয়া এক প্ৰচেষ্টা মাত্ৰ, সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’বলৈ সকলোৱে একেলগে কাম কৰিব লাগিব, তেতিয়াহে বেদনাহীন প্ৰসৱ গ্ৰাম‍্য চিকিৎসালয়ত এক বাস্তৱলৈ ৰূপান্তৰিত হ’ৱ‌। চিকিৎসালয়খনৰ এনে সফল প্ৰচেষ্টাৰ বাবে স্থানীয় ৰাইজে চিকিৎসকদ্বয়ক প্ৰশংসা কৰে।

হিতোজ্জল চেতিয়া

হিতোজ্জল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd