• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দল ত্যাগ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 2:37 pm
Bichitra Choudhuri
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ সকলো দল-সংগঠনে তৎপৰ হৈ পৰা সময়তে অন্তঃকন্দলে দেখা দিছে কংগ্ৰেছ দলত। প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰা লবী ৰাজনীতিৰ ফলতেই এইবাৰ দল এৰিবলৈ বাধ্য হ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰীয়ে ।

লক্ষ্যণীয় যে চৌধুৰীৰ মতামতক দলৰ শীৰ্ষ নেতাই গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ ছ’চিয়েল মিডিয়াত দলৰ বাব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ উপৰি সোমবাৰে চৌধুৰীয়ে দলৰ প্ৰথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে।

Apply Now

দলৰ নেতৃত্বই আস্থাত নোলোৱা মনোভাবৰ প্ৰতি সন্মাই জনাই প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক শাখাৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰীয়ে এই পদৰ লগতে জাতীয় কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোশণা কৰি কংগ্ৰেছ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

পদত্যাগ পত্ৰৰ জৰিয়তে চৌধুৰীয়ে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা দলটোৰ সৈতে যুক্ত হৈ থাকি বিগত ৩০ বছৰে দলৰ কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে কংগ্ৰেছ নেতৃবৃন্দৰ লগতে সকলো কংগ্ৰেছ কৰ্মীকে ধন্যবাদ জনায়।

উল্লেখ্য যে আমালৈ অহা খবৰ অনুসৰি এই পৰ্যন্ত দলৰ ৰাজ্যিক সভাপতিয়ে তেওঁৰ পত্ৰ গ্ৰহণ কৰা নাই যদিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চৌধুৰীৰ পদত্যাগে প্ৰদেশ কংগ্ৰেছৰ খাম খেয়ালী পুনৰবাৰ উদঙাই দিছে।

স্মৰ্তব্য যে যোৱা ১৪ মাৰ্চত এআইচিচিৰ সদস্য তালিকা প্ৰকাশৰ পাছতেই ৰাজীৱ ভৱনত সৃষ্টি হৈছিল অস্বস্তিমূলক পৰিস্থিতিৰ। ইয়াৰ পৰিণতিতে ৰাজীৱ ভৱনত উদগীৰণ হৈছিল ক্ষোভৰ বহিঃপ্ৰকাশ।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত দেখা দিয়া এনে বিবাদৰ ফলত দলটোৰ ওপৰত যে বিৰূপ প্ৰভাব পৰিব সেয়া খাতাং।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd