DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেৰিৰ কৰ্মচাৰীৰ সাহসিকতাৰ বাবেই প্ৰাণ ৰক্ষা পৰিল মাজুলীৰ নাও দুৰ্ঘটনাত পতিত পাঁচজন লোকৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 9, 2018 9:04 pm
ফেৰিৰ কৰ্মচাৰীৰ সাহসিকতাৰ বাবেই প্ৰাণ ৰক্ষা পৰিল মাজুলীৰ নাও দুৰ্ঘটনাত পতিত পাঁচজন লোকৰ
108
VIEWS
Share on FacebookShare on Twitter

আজি ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌ আৰু সোঁতত নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত উবুৰি খাই পৰে হাত নাওখন আৰু লগতে নাৱত থকা পাঁচ জন লোকো নদীত পৰে।

উল্লেখযোগ্য যে পুৱা ৯.৩০ বজাত মাজুলীৰ পৰা ‘জলতৰী’ নামৰ ফেৰিখনে যাত্ৰী লৈ ১১-০৫বজাত নিমাতী ঘাটত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছত নদীৰ মাজৰ পৰা কোনো ব্যক্তিৰ চিঞৰা শুনি ফেৰীখনে যাত্ৰীসকলক নিমাতী ঘাটত নমাই চিঞৰৰ উৎস বিচাৰি যায়।

আৰু নদীৰ মাজত পাঁচগৰাকী লোকসহ এখন হাতনাও ডুব যোৱা দেখি তত্‍ক্ষণিকভাৱে সেই স্থানত উপস্থিত হৈ ‘জলতৰী’ৰ কৰ্মচাৰীসকলে তত্‍পৰতাৰে লাইফ জেকেটৰ সহায়ত লোক কেইজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

‘জলতৰী’ৰ কৰ্মচাৰীসকলে এই সাহসৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লোৱাৰ উপৰি স্বত্বাধিকাৰী দেৱজিত্‍ দত্তই ব্যক্তিগতভাৱে কৰ্মচাৰীসকললৈ দহ হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে।

আনহাতে দুৰ্ঘটনাত পতিত নাওখন মাজুলী জেংৰাইমুখৰ পৰা গাখীৰ লৈ যোৰহাটলৈ বুলি গৈছিল। দুৰ্ঘটনাত পতিত লোক কেইজন হল মাজুলীৰ জেংৰাই আৰু ফুলনিৰ অজিত ঘোচ, মদন পেগু, প্ৰাঞ্জল কুলি, চিৰকুমাৰ পেগু আৰু মাচং দলে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd