DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বাহনৰ খুন্দাত মৃত্যু এজন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 2:55 pm
MLA Abdur Rashid Mandal
284
VIEWS
Share on FacebookShare on Twitter

আজি গোৱালপাৰা জিলাৰ আগিয়াৰ সমীপৱৰ্তী অঞ্চল বাঘেশ্বৰীত এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ তীব্ৰ বেগী বাহনে এজন লোকক খুন্দিওৱাৰ ফলত লোকজনে থিতাতে প্ৰাণ হেৰুৱাই।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকজন গোৱালপাৰাৰে ছাবেৰ আলী বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটোত বিধায়ক ৰছিদ মণ্ডলো গুৰুতৰভাবে আহত হোৱাৰ লগতে গাড়ীখনত থকা অন্য দুজন লোকো সামান্য পৰিমানে আঘাত প্ৰাপ্ত হয়।

জানিব পৰা অনুসৰি গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী বিধায়কৰ বাহনখন বাঘেশ্বৰী অঞ্চল পাওতেই ছাবেৰ আলীয়ে ৰাস্তা পাৰ হ’ব খোজে আৰু তেতিয়াই এই ভয়াবহ দুৰ্ঘটনাতো সংঘটিত হয়।

 

car
দুৰ্ঘটনা সংঘটিত কৰা বাহন

আব্দুৰ ৰছিদ মণ্ডলৰ সুৰক্ষা বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাতিপুৱা গুৱাহাটীৰ পৰা গোৱালপাৰালৈ আহি থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে। আগিয়া পোৱাৰ আগে আগে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি তেওঁ উল্লেখ কৰে।

তেওঁ পুনৰ কয় যে ৬০-৭০ কিলোমিটাৰ বেগেৰে গৈ থকা গাড়ীখনৰ আগেৰে হঠাতে মানুহ এজন পাৰ হৈ যোৱা দেখি গাড়ী চালকে গাড়ীখন নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰু মানুহজনক খুন্দিয়াই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আঘাত প্ৰাপ্ত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd