• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ চাৰিআলিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্য অনুদান পত্ৰ বিতৰণ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 12, 2018 7:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি বিয়লি আয়োজিত এক অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ এলেকাৰ অধীনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্য অনুদান পত্ৰ আৰু চুক্তিপত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

আজিৰ অনুষ্ঠানত চহৰখনৰ ১২ টা ৱাৰ্ডৰ প্ৰতিটোৰে এগৰাকীকৈ হিতাধিকাৰীক প্ৰতীকীভাৱে এই অনুদান আৰু চুক্তিপত্ৰসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ কেইদিনমানৰ পিছতেই ২০১৪ চনৰ ৯ জুনত দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক আৱাসগৃহ প্ৰদানৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনি অনুসৰি ২০২২ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত যাতে দেশৰ প্ৰতিগৰাকী নাগৰিকেই পকীঘৰত বাস কৰাৰ সুযোগ লাভ কৰে, তাৰ বাবে কাম কৰি থকা হৈছে।

Apply Now

আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই কয় যে ইয়াৰ অধীনত নিৰ্মিত গৃহসমূহৰ অগ্ৰগতি আৰু গুণগত মান এক তৃতীয় পক্ষই পৰীক্ষা কৰিব আৰু ভাৰত চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

লগতে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ধন অন্য উদ্দেশ্যত ব্যয় কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা হাতত লোৱা হ’ব বুলিও উপায়ুকিত গৰাকীয়ে হিতাধিকাৰীসকলক সাৱধান কৰি দিয়ে।

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা আঁচনিৰ প্ৰকল্প বিষয়া পাৰভেজ আমিনে নিজৰ ভাষণত আঁচনিখনৰ বিষয়ে সবিস্তাৰে বক্তব্য দাঙি ধৰি কয় যে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ২ লাখ টকাৰ ৰাজসাহায্য মুঠ চাৰিটা কিস্তিত প্ৰদান কৰা হ’ব। প্ৰতিটো কিস্তিৰ ধন উপযুক্তভাৱে আৰু সম্পূৰ্ণকৈ ব্যয় কৰা সাপেক্ষেহে পৰৱৰ্তী কিস্তিসমূহ মুকলি কৰি দিয়া হ’ব।

তাৰোপৰি হিতাধিকাৰীসকলৰ মাজত গোট গঠন কৰি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ নিজৰ লগতে গোটৰ আন সদস্যসকলৰো গৃহ নিৰ্মাণকাৰ্যৰ ওপৰত চকু ৰাখিবলৈ সকলোকে আহ্বান জনায়।

বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ সভাত বিশ্বনাথৰ সহকাৰী আয়ুক্ত তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰাঞ্জল দাসৰ লগতে পৌৰসভাৰ উপ-সভানেত্ৰী আৰু বিভিন্ন ৱাৰ্ডৰ সদস্যসকলো উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd