• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিজোৰামত বায়ু সেনাৰ বোমাবৰ্ষণক সুঁৱৰি জোৰাম দিৱস : দুখজনক স্মৃতি আখ্যা দিলে বহুজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 6:28 pm
Mizoram
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৬৬ চনত মিজোৰামত ভাৰতীয় বায়ু সেনাই চলোৱা বোমাবৰ্ষণে ৫২ টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে উক্ত ঘটনাৰ সোঁৱৰণিত কালি মিজোৰাম ছাত্ৰ সংস্থাৰ উদ্যোগত ৰাজ্যখনৰ বিভিন্ন স্থানত ‘জোৰাম নি’ বা জোৰাম দিৱস উদযাপন কৰা হয়।

উল্লেখযোগ্য যে মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতৃত্বত সূচনা হোৱা বিদ্ৰোহক দমন কৰাৰ উদ্দেশ্যে ১৯৬৬ চনৰ ৫ মাৰ্চত আইজলত ভাৰতীয় বায়ু সেনা বাহিনীৰ দ্বাৰা বিমান আক্ৰমণ চলোৱা হৈছিল।

Apply Now

উক্ত ঘটনাৰ পুৰ্বে ভাৰতৰ কোনো স্থানতে উগ্ৰপন্থীৰ সৈতে যুঁজিবৰ বাবে বায়ু সেনা বাহিনীক ব্যৱহাৰ কৰা হোৱা নাছিল।

মন কৰিব লগীয়া যে, লালডেংগা নেতৃত্বাধীন মিজো নেশ্যনেল ফ্ৰণ্টে একপক্ষীয়ভাৱে ‘মিজোৰামৰ স্বাধীনতা’ ঘোষণা কৰাৰ কিছুদিন পিছতেই আইজলৰ লগতে মিজোৰামৰ বহু গাৱঁত এই বিমান আক্ৰমণ চলোৱা হৈছিল।

উক্ত বিমান আক্ৰমণৰ সাক্ষী হৈ বাচি থকাসকলৰ মনত তাৰ দুঃস্মৃতিয়ে এতিয়াও দোলা দি থাকে। সেইসকলৰ মাজৰ বহুকেইজন লোকে কালি আইজলৰ লাল থানহাওলা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘জোৰাম নি’ অনুষ্ঠানত ভাষণ দি উক্ত ঘটনাৰ সৈতে থকা নিজৰ অভিজ্ঞতাক সুঁৱৰে।

অনুষ্ঠানটোত বক্তাসকলে, ৰাজ্যখনৰ নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাব সঞ্চাৰিত কৰাৰ বাবে উক্ত দিৱসটোক উদযাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৰ্তমান দেশৰ ভিতৰতে এখন শান্তিময় ৰাজ্য হিচাপে স্বীকৃত মিজোৰামত, ১৯৬৬ চনত মিজোসকলৰ বাবে স্বাধীন ৰাজ্যৰ লক্ষৰে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মিজো নেশ্যনেল ফ্ৰণ্টে তেতিয়াৰ অসমৰ অন্তৰ্গত মিজো জিলাৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাইছিল।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে বিমান আক্ৰমণৰ লগতে স্থলভাগতো অভিযান চলাই উক্ত বিদ্ৰোহটোক দমন কৰাৰ লগতে ১৯৬৬ চনৰ ২৫ মাৰ্চৰ ভিতৰত মিজো নেশ্যনেল ফ্ৰণ্টৰ দখলত থকা সকলো স্থান নিজৰ অধীনলৈ আনে।

অৱশেষত সংগঠনটোৱে ১৯৮৬ চনত ভাৰত চৰকাৰৰ সৈতে মিজো চুক্তি স্বাক্ষৰিত কৰি হিংসাৰ পথ ত্যাগ কৰাৰ লগতে বিছিন্নতাৰ দাবী প্ৰত্যাহাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd