• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

ছিকিমৰ বিভিন্ন নান্দনিক স্থানত দৃশ্যগ্ৰহণ চলি আছে হিন্দী ছবি লাড়কীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 10:56 am
Representative Image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ নৈসৰ্গিক পৰিৱেশৰ প্ৰতি আকৃষ্ট হৈ বলিউডৰ পৰিচালকসকলে নিজৰ ছবিৰ দৃশ্যগ্ৰহণৰ বাবে ঢাপলি মেলিছে উত্তৰ-পূবৰ বিভিন্ন অঞ্চললৈ।  ঠিক সেইদৰে বিগত কেইবছৰমানৰ পৰা ছিকিমতো বিগ বাজেটৰ হিন্দী ছবিৰ পৰা আঞ্চলিক ছবিলৈ দৃশ্যগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

বৰ্তমানেও যোৱা ৩১ জানুৱাৰিৰ পৰা ছিকিমৰ পূব আৰু উত্তৰ দিশৰ জিলাৰ বিভিন্ন নান্দনিক স্থানত হিন্দী ছবি লাড়কীৰ দৃশ্যগ্ৰহণ হৈ আছে বুলি ছিকিম এক্সপ্ৰেছত প্ৰকাশ পাইছে।

Apply Now

জানিবপৰা মতে উত্তৰ ছিকিমৰ য়ামঠাং ভেলী, লাছুং আৰু পূব প্ৰান্তৰ গনাথং ভেলীত উক্ত ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছে।

দৃশ্যগ্ৰহণ চলি থকা ছবিখন প্ৰযোজনা কৰিছে মুম্বাইৰ ইণ্ডিয়ান ফিল্ম প্ৰাইভেট লিমিটেড নামৰ সংস্থা এটাই। ছবিখন পৰিচালনা ময়ুৰ হাৰডাছৰ, অভিনয়ত আছে চাকিল, ৰাজ অৰ্জুন আৰু চান্দনী শৰ্মা।

ছবিখনৰ সামগ্ৰীক পৰিচালক ৰাজ চিতাওলাই ছবিখনৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত স্থান সমূহ নিৰ্ধাৰণ কৰাত সহায় কৰাৰ উপৰি ছিকিমৰে কিছু স্থানীয় শিল্পীকো ছবিখনত অভিনয় কৰাৰ সুযোগ দিছে।

ছিকিমত চলি থকা লাড়কী ছবিখনৰ দৃশ্যগ্ৰহণ ফেব্ৰুৱাৰিৰ ১৫ তাৰিখে সামৰণি পৰিব বুলি জানিব পৰা গৈছে।

২০১৪ চনত ছিকিমত দৃশ্যগ্ৰহণ কৰা ‘য়াৰিয়া’ ছবিখনৰ বৃহৎ সফলতাৰ বাবে বলিউড জগতৰ পৰা আদিকে ধৰি অন্যান্য ছবি নিৰ্মাতা সকলে এতিয়া ছিকিমৰ ফালে দৃশ্যগ্ৰহণৰ বাবে ঢাপলি মেলিছে।

লক্ষ্যণীয় যে যোৱা বছৰ প্ৰিয়ংকা চোপ্ৰাই প্ৰযোজনা কৰা ‘পাহুনা’ আৰু ইৰফান খান অভিনীত ‘কৰিব কৰিব’ ছবি দুখনৰো দৃশ্যগ্ৰহণ ছিকিমতে হৈছিল।

২০১৮ বৰ্ষৰ আৰম্ভণিতে ছিকিমলৈ ভাৰতৰ সংগীত জগতৰ তাৰকা এ আৰ ৰহমান আৰু বলিউডৰ ছবি নিৰ্মাতা বনি কাপুৰে ৰেড পাণ্ডা উইন্টাৰ কাৰ্নিভেলত অংশ লৈছিল।

উল্লেখযোগ্য যে ছিকিমে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনক সূদূৰ প্ৰয়াসী কৰিবলৈ এ আৰ ৰহমানক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd