• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ দিনৰ বাবে বহিঃৰাজ্যৰ পৰা মাছ অনা বন্ধ : ১০ দিনৰ পিছত ফ’ৰ্মেলিন থকা ধৰা পৰিলে মাছ ব্যৱসায়ী যাব লাগিব কাৰাগাৰলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 10, 2018 10:33 pm
COVID-19: Assam to fine for not wearing mask in public place

মন্ত্ৰী পিযুষ হাজৰিকাৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে ফল-মূলৰ গুদামত, তাৰ পাছত হোটেলত তালাচী চলোৱাৰ পাছতেই এইবাৰ চালানী মাছৰ গুণগত মানক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকা। আজি জনতা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি কাইলৈৰ পৰা ১০ দিন পৰ্য্যন্ত অসমলৈ বহিঃৰাজ্যৰ পৰা মাছ অনাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে মন্ত্ৰীগৰাকীয়ে।

যোৱা ২৯ জুনত গুৱাহাটীৰ বেতকুচিস্থিত পাইকাৰী মাছৰ বজাৰৰ পৰা খাদ্য সুৰক্ষা বিভাগৰ সহযোগত নমুনা সংগ্ৰহ কৰি সেইবোৰ গৱেষণাগাৰত পৰীক্ষা কৰাৰ পিছতে এই সিদ্ধান্ত লয় মন্ত্ৰীজনে।

Apply Now

জানিব পৰামতে, চালানী মাছৰ নমুনাখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰাত ফ’ৰ্মেলিনৰ অৱস্থিতি ধৰা পৰে।

মন্ত্ৰীগাৰকীয়ে এই সন্দৰ্ভত কয় “খাদ্য সুৰক্ষা আইন ২০০৬-ৰ section 31 zzv-ৰ মতে ফ’ৰ্মেলিন কোনো খাদ্য দ্ৰব্যত ব্যৱহাৰ কৰিব নোৱাৰে।”

আনহাতে মন্ত্ৰীজনে অসমত লোকেল মাছ পৰ্য্যাপ্ত পৰিমাণত নাই বাবে এই নিষেধাজ্ঞা বেছি দিনলৈ বন্ধ কৰি দিব নোৱাৰি। অসমৰ মানুহক ভাল তথা ফ’ৰ্মেলিন ব্যৱহাৰ নকৰা মাছ খুওৱাটো দায়িত্বৰ ভিতৰুৱা বুলি কয়।

মন্ত্ৰীজনে কয় যে অহা ১০ দিনৰ পাছত মাছ ব্যৱসায়ী অথবা সংস্থাসমূহে প্ৰমাণ কৰিব লাগিব যে মাছবোৰত ফ’ৰ্মেলিন ব্যৱহাৰ কৰা নহয়। তেওঁ লগতে মাছ ব্যৱসায়ীসকলক সকীয়াই দি কয় যে যদি পুনৰবাৰ ফ’ৰ্মেলিন ব্যৱহাৰৰ কথা পোহৰলৈ আহে, তেন্তে ব্যৱসায়ীসকলক আইন অনুসৰি দুবছৰৰ পৰা ৭ বছৰ পৰ্য্যন্ত কাৰাগাৰত  ৰখা হ’ব।

তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰি খাদ্য সুৰক্ষা আইন (২০০৬)ৰ অধীনত ৩৪(৪) আৰু ৫৯ ধাৰা অনুসৰি ১০ লাখ পৰ্য্যন্ত জৰিমনা বিহিব পৰা যাব বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

ইয়াৰ উপৰি মন্ত্ৰীজনে সমগ্ৰ অসমৰ খাদ্য সুৰক্ষাৰ দায়িত্বত থকা বিষয়াসকলক কাইলৈৰ পৰা মাছৰ বজাৰসমূহত অভিযান চলাবৰ বাবে নিৰ্দেশ দিয়া হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ লগতে কয় “বজাৰত মাছ ব্যৱসায়ীসকলে কাইলৈৰ পৰা বজাৰত চালানী মাছ বিক্ৰী কৰিব নোৱাৰে।”

সংবাদমেলতে মন্ত্ৰীজনে এই ১০ দিনৰ ভিতৰত থলুৱা মাছৰ ব্যৱসায়ীসকলৰ প্ৰতি অনুৰোধ জনাই তেওঁ কয় যে দুষ্ট চক্ৰৰ কবলত পৰি যাতে তেওঁলোকে থলুৱা মাছৰ দাম বৃদ্ধি নকৰে।

নতুনকৈ মন্ত্ৰিত্ব গ্ৰহণ কৰা যুৱ নেতা পীযুষ হাজৰিকাৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে যদিও ৰাজ্যৰ মাছৰ চাহিদা আৰু চৰকাৰৰ এই পদক্ষেপৰ মাজত কেনেকৈ সামঞ্জস্য বৰ্তাই ৰাখে সেয়া সময়েহে ক’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd