• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বানপীড়িত অঞ্চলৰ শিশুসকলৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে ‘চেভ দি চিলড্ৰেন’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2018 7:29 pm
Save The Children Program
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত শিশুৰ সুৰক্ষা তথা দৈহিক-মানসিক বিকাশৰ বাবে কাম  কাম কৰি অহা এটা স্বেচ্ছাসেৱী সংস্থা হৈছে ‘চেভ দি চিলড্ৰেন’। দেশৰ বানপীড়িত ৰাজ্যসমূহত বিভিন্নধৰণৰ সেৱামূলক কামৰ জৰিয়তে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা এই সংস্থাই অসমৰ বানপীড়িত অঞ্চলৰ শিশু তথা শিক্ষানুষ্ঠান সমূহৰ উন্নয়নৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

‘আমি অসমৰ শিশুসকল বিশেষকৈ বানপীড়িত অঞ্চলৰ শিশুসকল সকলো দিশতে সক্ৰিয় হৈ থকাটো বিচাৰো ।আমি দেশৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমৰো বিভিন্ন অঞ্চলত ঘূৰি শিশুসকলৰ অৱস্থাৰ বুজ ল’বৰ বাবে চেষ্টা কৰিছো।’ আজি গণেশগুৰিস্থিত নেফডিত এক সংবাদমেলত চেভ দি চিলড্ৰেনৰ বিষয়া ৰেই কান্সাৰলাই এই মন্তব্য কৰে।

Apply Now

উক্ত সংস্থাটোৱে ৩ বছৰ ধৰি বানপীড়িত অঞ্চলৰ শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে বুলি তেওঁ জানিব দিয়ে।

প্ৰথম অৱস্থাত ধেমাজি জিলাত তেওঁলোকৰ এই অভিযান আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইতিমধ্যে ধেমাজি জিলাৰ ২০ খন শিক্ষানুষ্ঠানত এই কাৰ্য্যসূচী আৰম্ভ কৰা হৈছে।

আনহাতে সংস্থাৰ অসমৰ প্ৰবন্ধক চিত্তপ্ৰিয় সাধুৱে কয়, ‘ইতিমধ্যে অসম দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বানপীড়িত অঞ্চলসমূহক অত্যাধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ  বিশেষ ব্যৱস্থা হাতত লৈছে। লগতে ৰাজ্যৰ সমূহ জিলাৰে দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিষয়াসকলক পূৰ্বতে চেভ দা চিলড্ৰেনৰ উদ্যোগত প্ৰশিক্ষণ দিয়া হৈছে।’

তদুপৰি তেওঁ আগতীয়া সকীয়নিৰ কিছু অভাবৰ বাবে ক্ষয়-ক্ষতিৰ মাত্ৰা বেছি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত কিদৰে লোকসকলক আগতীয়াকৈ সকীয়নিমূলক বাৰ্তা প্ৰেৰণ কৰিব পাৰি তাৰ প্ৰতি তেওঁলোকে দৃষ্টি ৰাখিব।

‘আমি অন্য এক পদ্ধতিৰ জৰিয়তে সকীয়নিমূলক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে চেষ্টা কৰিম। এইক্ষেত্ৰত মোবাইল ফোন এটা অন্যতম মাধ্যম যাৰ জৰিয়তে জনসাধাৰণে তাৎক্ষণিকভাবে বাৰ্তাসমূহ লাভ কৰিব পাৰে।’-তেওঁ কয়।

তেওঁলোকে আজি অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে আলোচনাত মিলিত হৈছিল বুলি জনাই চিত্তপ্ৰিয় সাধুৱে নৰ্থ ইষ্ট নাওক কয় যে অসমৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লোকে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল।

আলোচনাচক্ৰখনত বানপীড়িত অঞ্চলসমূহৰ বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পৰা যায় তথা এই ক্ষেত্ৰত চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে একেলগ হৈ কাম কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd