• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২ গৰাকী বি এছ এফ জোৱান ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত

Nenow এন ই নাও নিউজ
আগৰতলা , May 3, 2020 11:07 pm

1 min read

1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

4.4k
VIEWS
Share on FacebookShare on Twitter

বাৰ গৰাকীকৈ বি এছ এফ জোৱান ত্ৰিপুৰাত দেওবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই কথা সদৰী কৰিছে।

আটাইকেইজন জোৱানেই ধালাই জিলাৰ জহৰ নগৰস্থিত বি এছ এফ ১৩৮ ইউনিটৰ।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।

তেওঁ কয় যে বিশেষজ্ঞ চিকিৎসকে তেওঁলোকৰ চিকিৎসা চলাই আছে।

Alert!

12 persons from 138th #BSF unit Ambassa found #COVID19 positive.

Total #COVID19 positive cases in Tripura stands at 16 (2 already discharged, so active cases : 14)

Don’t panic, follow the Gov’t guidelines. We are working vigilantly for your safety.#TripuraCOVID19Count

— Biplab Kumar Deb (@BjpBiplab) May 3, 2020

জানিব পৰা মতে, শনিবাৰে জিলাখনত দুগৰাকী বি এছ এফ জোৱানক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

ইয়াৰ পিছতে স্বাস্থ্য বিভাগে বাকী বি এছ এফ জোৱানসকলৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা পিছতে এই ফলাফল পোৱা গৈছে।

ইয়াৰ ফলত ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ৰোগী ১৪ গৰাকীলৈ বৃদ্ধি পালে।

ৰাজ্যখনত পূৰ্বে দুগৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছিল আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।

Tags: COVID-19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd