• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সেনা বিষয়াক নিৰ্মমভাবে প্ৰহাৰ কৰাৰ অপৰাধত পঞ্জাৱত নিলম্বন ১২জন আৰক্ষীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 3:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী পাৰ্কিংক লৈ হোৱা বিবাদত পঞ্জাৱ আৰক্ষীয়ে এজন সেনা বিষয়া আৰু তেওঁৰ পুত্ৰক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, কেইবাজনো আৰক্ষীয়ে বেছবলৰ বেটেৰে প্ৰায় ৪৫ মিনিট ধৰি প্ৰহাৰ কৰে পুত্ৰসহ সেনা বিষয়াগৰাকীক।

Apply Now

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। ১২ জন অভিযুক্ত আৰক্ষীক নিলম্বন কৰাৰ উপৰিও এই ঘটনাৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছে। ৪৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে ভগৱন্ত মান চৰকাৰে।

এই ঘটনা সংঘৰটিত হৈছিল যোৱা ১৩ মাৰ্চত। দিল্লী সেনাৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত বিষয়া কৰ্ণেল পুছপিন্দৰ বাথ আৰু তেওঁৰ পুত্ৰই পাটিয়ালাৰ এখন চিকিৎসালয়ৰ কাষত নিজৰ গাড়ীখন পাৰ্ক কৰে। সেই সময়ত তিনিজন সাধাৰণ কাপোৰ পিন্ধা আৰক্ষী বিষয়াই তেওঁলোকক গাড়ীখন স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই কথাত তেওঁলোকে আপত্তি কৰে আৰু তৰ্ক-বিতৰ্কৰ আৰম্ভ হয়।

অভিযোগ অনুসৰি, সেই সময়ত এজন আৰক্ষী বিষয়াই নিৰ্বিচাৰে সেনা বিষয়াজনক প্ৰহাৰ কৰে। বাধা দিবলৈ চেষ্টা কৰোঁতে বিষয়াগৰাকীৰ পুত্ৰকো প্ৰহাৰ কৰে আাৰক্ষীয়ে। মাৰপিটৰ ফলত সেনা বিষয়াজনৰ হাত ভাঙি যায়। পুত্ৰয়ো মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

কেৱল সেয়াই নহয়, এই ঘটনাৰ পিছত তেওঁলোকে থানাত এজাহাৰ দাখিল যোৱাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক ভাবুকি দিয়ে।

শেহতীয়াকৈ এই আক্ৰমণৰ চিচিটিভি ফুটেজ প্ৰকাশ পাইছে। ৰাইযৰ হেঁচাত পটিয়ালা আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত ১২ জন আৰক্ষীক নিলম্বন কৰে। আৰক্ষী বিষয়া ডা. নানক সিঙে কয় যে এই ঘটনাত ইতিমধ্যে ১২ জন আৰক্ষী জোৱানক নিলম্বিত কৰা হৈছে। বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। তদন্ত সম্পূর্ণ কৰি অহা ৪৫ দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ   

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

July 5, 2026 4:20 pm
গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd