• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বাণিজ্য

১৬০ কোটিৰ পৰা ২.৬ লাখ কোটিলৈ বৃদ্ধি! স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত ইতিহাস গঢ়িলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 10:45 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ তালিকাত এতিয়া একেবাৰে প্ৰথম শাৰীত আছে স্মাৰ্টফোন। বৰ্তমান সমগ্ৰ বিশ্বৰ বজাৰত ভাৰতত নিৰ্মিত স্মাৰ্টফোন দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতৰ পৰা স্মাৰ্টফোনৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। যোৱা কেইবছৰমানত এই বৃদ্ধি কেইবাগুণো হৈছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে সমগ্ৰ বিশ্বত ভাৰতত নিৰ্মিত স্মাৰ্টফোনৰ চাহিদা কিমান বেছি।

বিশ্ববাসীয়ে এতিয়া ভাৰতত নিৰ্মিত স্মাৰ্টফোনৰ ওপৰত ভৰসা কৰিছে। যোৱা বিত্তীয় বৰ্ষত, এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈকে ভাৰতত নিৰ্মিত স্মাৰ্টফোন ৰপ্তানি কৰি প্ৰায় ১৮৮০ কোটি ডলাৰ উপাৰ্জন হৈছিল। তাৰ আগৰ বিত্তীয় বৰ্ষত একে সময়তে এই উপাৰ্জনৰ পৰিমাণ আছিল ৯৭০ কোটি ডলাৰ। কিন্তু যদি সমগ্ৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ হিচাপ কৰা হয়, তেন্তে এই বৰ্ষত ভাৰতত নিৰ্মিত স্মাৰ্টফোন বিদেশলৈ ৰপ্তানি কৰি ২.৬ লাখ কোটি টকা উপাৰ্জন হৈছে। আনহাতে ২০১৪-১৫ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল মাত্ৰ ১৬০ কোটি টকাৰ ওচৰা-উচৰি।

Apply Now

বিশ্বৰ বজাৰত ভাৰতীয় স্মাৰ্টফোনৰ চাহিদা যিদৰে বাঢ়িছে, তালৈ চাই আগন্তুক দিনত চাহিদাতকৈ অধিক স্মাৰ্টফোন তৈয়াৰ কৰি ৰাখিব লাগিব বুলি বিশেষজ্ঞসকলে অনুভৱ কৰিছে। আচলতে ভাৰতত নিৰ্মিত স্মাৰ্টফোনৰ ৰপ্তানি বৃদ্ধিৰ মূল কাৰণ হৈছে আমেৰিকাৰ বজাৰ। কিয়নো, যোৱা এবছৰৰ ভিতৰত আমেৰিকালৈ ভাৰতত নিৰ্মিত স্মাৰ্টফোনৰ ৰপ্তানি ২০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ৰিপোৰ্ট অনুসৰি, ভাৰতৰ পৰা ৰপ্তানি হোৱা স্মাৰ্টফোনৰ দুই তৃতীয়াংশতকৈও অধিক কেৱল আমেৰিকালৈকে যায়। বিশেষকৈ ভাৰতত নিৰ্মিত আইফোনে আমেৰিকাৰ লগতে অন্যান্য দেশৰ বজাৰতো বিশেষ স্থান লাভ কৰিছে।

ৰিপোৰ্ট অনুসৰি, আমেৰিকাৰ লগতে চীনতো ভাৰতত নিৰ্মিত স্মাৰ্টফোনৰ জনপ্ৰিয়তা বাঢ়িছে। প্ৰতি বছৰে ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ স্মাৰ্টফোন চীনলৈ যায়। ইয়াৰ উপৰিও পৰ্তুগাল, স্পেইন, সংযুক্ত আৰব আমিৰশ্বাহী, ভিয়েটনাম, দক্ষিণ কোৰিয়া, লাটভিয়া, ইজৰাইল আৰু চুবুৰীয়া দেশ বাংলাদেশতো ভাৰতীয় স্মাৰ্টফোনৰ ব্যাপক চাহিদা আছে। বিশেষজ্ঞসকলৰ দাবী যে যদি ভাৰতীয় স্মাৰ্টফোনৰ চাহিদা এনেদৰে বাঢ়ি থাকে, তেন্তে আগন্তুক দিনত ভাৰতে স্মাৰ্টফোন ৰপ্তানিত শীৰ্ষত থকা দেশসমূহক, বিশেষকৈ চীনকো পিছ পেলাই দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd