• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৬,৪৩২ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৫২ গৰাকীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2020 11:33 am

1 min read

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৬,৪৩২ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৫২ গৰাকীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

570
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ মাত্ৰ ১৬,৪৩২ গৰাকী আক্ৰান্ত হোৱাৰ তথ্যই ইয়াকে সূচাইছে।

দেশত এই পৰ্যন্ত ১,০২,২৪,৩০৩ গৰাকী লোক আক্ৰান্ত হৈছে।

আনহাতে মৃত্যুৰ সংখ্যাও বিগত দিন সমূহৰ তুলনাত হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জনাইছে। সোমবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৫২ গৰাকী।

বৰ্তমানলৈকে সৰ্বমুঠ ১,৪৮,১৫৩ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ৯৮,০৭,৫৬৯ গৰাকীয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে।

বৰ্তমান আৰোগ্যৰ হাৰ ৯৫.৮৩ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰ্যালয়ে জনাইছে।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৩ লাখৰ তললৈ হ্ৰাস পোৱা বুলি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৬৮,৫৮১ গৰাকী।

উ্লেখ্য যে ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত নতুনকৈ ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত কিছু পৰিমানে শংকিত হৈছে ভাৰত চৰকাৰ।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd