• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত বন্ধত ২০০ ট্ৰাকেৰে আহি চিঙ্ঘু সীমান্তত উপস্থিত বিশাল সংখ্যক কৃষক : কি কৰিলে আৰক্ষীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 3:32 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত আজি দেশৰ কৃষক সংগঠনসমূহৰ আহ্বান জনোৱা ৪ ঘণ্টীয়া ভাৰত বন্ধই সমগ্ৰ দেশতে ব্যাপক ৰূপত প্ৰভাৱ পৰা দেখা গ’ল।

সোমবাৰৰ নিশাৰ পৰাই বন্ধৰ সমৰ্থনত হাৰিয়ানা আৰু দিল্লী চিঙ্ঘু সীমান্তলৈ ২০০খন ট্ৰাকত অসংখ্য কৃষকে আহি পূৰ্বৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি থকা প্ৰতিবাদী কৃষকসকলৰ সৈতে চামিল হয়।

Apply Now

চিঙ্ঘু সীমান্তত দেখা গ’ল যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য কৃষকে প্ৰতিটো পলতে প্ৰতিবাদী কৃষকসকলৰ সৈতে চামিল হৈছে।

ফলত চিঙ্ঘু সীমান্তৰ প্ৰতিবাদী কৃষকসকলৰ মাজত উছাহ বৃদ্ধি পোৱাৰ লগতে প্ৰতিবাদকাৰী কৃষকৰ সংখ্যাও ব্যাপকৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

ইফালে কৃষকে আহ্বান জনোৱা ভাৰত বন্ধত যাতে কোনো ধৰণৰ আইন শৃংখলতাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে চিঙ্ঘু সীমান্তত দিল্লী আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰাও পৰিলক্ষিত হয়।

চিঙ্ঘু সীমান্তৰ ঠায়ে ঠায়ে বিশালসংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হয়।

ইফালে প্ৰতিবাদাকী কৃষকসকলে পুনৰ দিল্লীত প্ৰৱেশ কৰিব নোৱাৰাকৈ আৰক্ষীয়ে চিঙ্ঘু সীমান্তৰ বিভিন্ন ঠাইত বেৰিকেডো স্থাপন কৰে।

উল্লেখ্য যে ৰাজপথেদি যাতায়ত কৰা বাহন তথা যাত্ৰী বাধা আৰোপ আৰু দোকান  পোহাৰ আদি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ চেষ্টা কৰা যিকোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে পূৰ্বতে ঘোষণা কৰিছিল।

“সোমবাৰৰ ৰাতিৰ পৰা ২০০ৰো অধিক ট্ৰাকেৰে বহু কৃষকে আহি চিঙ্ঘু সীমান্তত উপস্থিত হৈছেহি। আজিও বহু কৃষক আহি প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি।” এগৰাকী কৃষকে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে সোমবাৰৰ নিশাৰ পৰাই দিল্লী উত্তৰ প্ৰদেশৰ গাজীপুৰ-গাজীয়াবাদত সীমান্তত সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে। উল্লেখ্য উত্তৰ প্ৰদেশ-দিল্লী সংযোগী ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা ১০ দিন ধৰি কৃষকৰ প্ৰতিবাদৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈয়ে আছে।

৪ ঘণ্টীয়া ভাৰত বন্ধৰ সময়ত চিঙ্ঘু সীমান্তত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ বন্ধ থকাৰ লগতে বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd