• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জনতাৰ ধনেৰে প্ৰমোদ বিলাস : ফ্ৰান্স ভ্ৰমণ কৰি বিপদত ৩ IAS বিষয়া

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 11, 2024 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইকনমি ক্নাছৰ টিকট, বিলাসী পঞ্চতাৰকাযুক্ত হোটেলৰ কোঠা আৰু হিচাপহীন খৰচ ! ২০১৫ চনত ফ্ৰান্সলৈ আনুষ্ঠানিক ভ্ৰমণত যোৱা তিনিজন জ্যেষ্ঠ আই এ এছ বিষয়াৰ আচৰিত ধৰণৰ অনিয়মৰ কথা শেহতীয়া এটা অডিটত প্ৰকাশ পাইছে, যাৰ ফলত ৰাজহুৱা ধনৰ অপব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে।

আমোলা তিনিজন হ’ল চণ্ডীগড় প্ৰশাসকৰ তেতিয়াৰ উপদেষ্টা বিজয় দেৱ, তেতিয়াৰ চণ্ডীগড়ৰ গৃহ সচিব অনুৰাগ আগৰৱাল আৰু তেতিয়াৰ সচিব (পাৰ্ছনেল) বিক্ৰম দেৱ দত্ত। সেই সময়ত পঞ্জাৱৰ প্ৰাক্তন ৰাজ্যপাল কপ্তান সিং সোলাংকি চণ্ডীগড়ৰ অতিৰিক্ত দায়িত্বত আছিল।

Apply Now

২০১৫ চনত চণ্ডীগড়ৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা চুইছ-ফ্ৰান্সৰ স্থপতিবিদ লে কৰ্বিজিয়েৰৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে এখন বৈঠকৰ বাবে পেৰিছৰ ফাউণ্ডেশ্যন লে কৰ্বিজিয়েৰৰ পৰা চণ্ডীগড় প্ৰশাসনে আমন্ত্ৰণ লাভ কৰিছিল। এই অনুষ্ঠানৰ বাবে প্ৰশাসনে চাৰিগৰাকী অংশগ্ৰহণকাৰীক মনোনীত কৰা হৈছিল। বিজয় দেৱ, বিক্ৰম দেৱ দত্ত আৰু অনুৰাগ আগৰৱালাৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা অনুমোদন বিচাৰিছিল। ভ্ৰমণ কাৰ্যসূচী প্ৰস্তুত কৰি অনুমোদন দিয়া হৈছিল। প্ৰকাশ পাইছে যে বিষয়াসকলে ইজনে সিজনৰ ভ্ৰমণত অনুমোদন জনাইছিল৷ দেৱৰ ভ্ৰমণত দত্তই অনুমোদন জনাইছিল আৰু দত্তৰ ভ্ৰমণত দেৱৰ অনুমোদন জনাইছিল৷

চণ্ডীগড়ৰ নিৰীক্ষণ সঞ্চালক প্ৰধান (কেন্দ্ৰীয়)ৰ প্ৰতিবেদনত কোৱা হৈছে যে আমন্ত্ৰণটো প্ৰথমে এজন বিষয়াৰ বাবে আছিল – চণ্ডীগড়ৰ মুখ্য স্থপতিবিদ – কিন্তু তিনিজন সচিব পৰ্যায়ৰ বিষয়া গৈছিল, সেইটোও কৰদাতাৰ খৰচত। প্ৰতিবেদনত কোৱা হৈছে যে এই ভ্ৰমণ আয়োজক ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতা কৰা নাছিল আৰু সকলো খৰচ চণ্ডীগড় প্ৰশাসনে আদায় দিছিল। ইয়াত কোৱা হৈছে যে স্ক্ৰীনিং কমিটীৰ অনুমোদন অবিহনে পাঁচ দিনতকৈ অধিক সময়ৰ বাবে কোনো বিদেশ ভ্ৰমণৰ অনুমোদন দিয়া উচিত নহয় বুলি নিয়মকো বিষয়াসকলে আওকাণ কৰে। এই যাত্ৰা আছিল সাত দিনৰ। অডিট প্ৰতিবেদনত উল্লেখ কৰা এটা কথা আছিল যে কেনেকৈ বিষয়াসকলে কোনো অনুমোদন অবিহনে এদিনীয়া ভ্ৰমণ সাত দিনলৈ বৃদ্ধি কৰিলে।

এই পৰ্যন্ত দুজন বিষয়াক বদলি কৰা হৈছে আৰু এজনে অৱসৰ লৈছে। বৰ্তমান অৱসৰপ্ৰাপ্ত বিজয় কুমাৰ দেৱ দিল্লীৰ নিৰ্বাচন আয়ুক্ত। বিক্ৰম দেৱ দত্ত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএৰ সঞ্চালক প্ৰধান আৰু অনুৰাগ আগৰৱাল হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd