• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত বন্দী হাতীৰ সংখ্যা ৩০ শতাংশ হ্ৰাস

২০০৮ চনত অসমত বন্দী হাতী আছিল ১৩০৩টা, আৰু ২০১৮ত গৈ সেয়া হ’লগৈ কেৱল ৯০৫টা।

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 6, 2019 4:58 pm
30 percent decline in captive elephant population in Assam

প্ৰতীকী ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা এটা দশকত অসমত বন্দী হাতীৰ সংখ্যা ৩০ শতাংশ হ্ৰাস হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে বন্যপ্ৰাণী কৰ্মীসকল।

নৰ্থ ইষ্ট নাওৰ হাতত থকা অসমৰ বন বিভাগৰ প্ৰতিবেদন মতে, ৰাজ্যত বন্দী হাতীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহিছে।

Apply Now

অসমৰ বন বিভাগে প্ৰস্তুত কৰা Elephants in Assam প্ৰতিবেদন মতে ২০০৮ চনৰ ডিচেম্বৰলৈকে অসমত বন্দী হাতীৰ সংখ্যা আছিল ১৩০৩টা।

আশ্চৰ্য্যজনকভাৱে, ২০১৮ চনৰ ডিচেম্বৰত বিভাগটোৱে পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাক দিয়া প্ৰতিবেদন মতে বন্দী হাতীৰ সংখ্যা আছিল মাত্ৰ ৯০৫টা।

এই ৯০৫টা বন্দী হাতীৰ তালিকাখন অসমৰ তদানীন্তন মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ডি পি বাংখাৱালে ২০১৮ চনৰ ৩০ ডিচেম্বৰত বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাক দাখিল কৰিছিল।

২০০৮ৰ প্ৰতিবেদনটোৰ মতে, ৰাজ্যৰ ভিতৰত সৰ্বাধিক ২৬৮টা হাতী আছিল ডুমডুমা সংমণ্ডলত। দুৰ্ভাগ্যজনকভাৱে, ২০১৮ত ডুমডুমাত সেই সংখ্যা কেৱল ৬১টালৈ কমি আহিল।

২০০৮ চনত গোলাঘাট সংমণ্ডলত বন্দী হাতী আছিল ১৭৭টা। আৰু, ২০১৮ত সেই সংখ্যা কমি হ’লগৈ ৮০টা।

শিৱসাগৰ সংমণ্ডলত ২০০৮ৰ ১০০টা হাতী ২০১৮ত কমি ৭৬টা হ’লগৈ।

একেদৰে, ২০০৮ চনত কৰিমগঞ্জ সংমণ্ডলত বন্দী হাতী আছিল ৫৮টা। ২০১৮ত সেয়া হ’লগৈ মাত্ৰ ২৫টা।

লগতে পঢ়ক– হাতী চোৰাং বেপাৰীৰ নে’টৱৰ্কৰ গ্ৰাসত অসমকে ধৰি উত্তৰ-পূবৰ তিনি ৰাজ্য

২০০৮ৰ পৰা ২০১৮ চনৰ ভিতৰত বহুবিলাক বন্দী হাতীয়ে পোৱালি দিয়াৰ তথ্য আছে, তেনেক্ষেত্ৰত হাতীৰ সংখ্যা নাবাঢ়ি ৩০ শতাংশ হ্ৰাসহে পোৱাটো আচৰিত কথা।

আচলতে, ২০১৮ চনত অসমৰ বন্দী হাতীৰ সংখ্যা ২০০৮তকৈ অধিক হ’ব লাগিছিল।

তাৰোপৰি, বনৰ পৰা পোৱালি হাতী ধৰি চোৰাং বেপাৰীয়ে সিহঁতক বন্দী অৱ্স্থাত জন্মা বুলি দেখুওৱা বুলিও বাতৰি ওলাইছে।

বন্দী হাতীৰ সংখ্যা কমা সন্দৰ্ভত ৰাজ্যৰ বন বিভাগে কোনো কাৰণ প্ৰদৰ্শন কৰা নাই।

বন্দী হাতীৰ সংখ্যা হ্ৰাস সন্দৰ্ভত মন্তব্য লোৱাৰ বাবে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাকো পোৱা হোৱা নাছিল।

“ই এটা অতি গুৰুতৰ বিষয়,” সুখ্যাত পশু অধিকাৰ কৰ্মী দিলীপ নাথে শনিবাৰে নৰ্থ ইষ্ট নাওক জনায়।

নাথৰ মতে হাতীৰ অবৈধ বেহাই অসমৰ ঘৰচীয়া হাতীৰ সংখ্যা হ্ৰাসৰ মূল কাৰণ।

“ভুৱা নথি-পত্ৰৰে অসমৰ বাহিৰলৈ বহু হাতী লৈ যোৱা হয় বুলি আমাৰ হাতত তথ্য আছে,” ঘৰচীয়াই হওক বা বনৰে হওক অসমৰ বাচি থকা বাকী হাতীকেইটা ৰক্ষা কৰিবলৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি নাথে কয়।

লগতে পঢ়ক– চাৰি হাতীৰ গুজৰাট যাত্ৰাৰ বিষয়ে দিল্লীক অন্ধকাৰত ৰাখিছিলে নেকি অসমৰ বন বিভাগে?

শেহতীয়াকৈ, আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা হাতী পৰিবহণ কৰাক লৈ অসমৰ বন বিভাগ শ’লঠেকত পৰিছিল।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd