• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰাঙৰ আই নদীৰ পাৰত উলহ মালহেৰে আৰম্ভ হ’ল দৈজিং উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 11:17 am
Dwijing Festival
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত সংগীতৰ লহৰত আই নৈৰ দাঁতিত প্ৰকৃতিৰ মনোমোহা তথা নৈসৰ্গিক দৃষ্টিনন্দন পৰিৱেশৰ মাজেৰে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ল তৃতীয়সংখ্যক দৈজিং উৎসৱ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু বি টি এ ডিৰ পৰ্যটন বিভাগৰ সহযোগত চিৰাং জিলাৰ আই নৈৰ দাঁতিত ২৬ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা মাৰাথন দৌৰেৰে শুভাৰম্ভণি কৰা হয় দৈজিং উৎসৱৰ। উক্ত মাৰাথন দৌৰৰ শুভাৰম্ভ কৰে অৰ্জুন বঁটাপ্ৰাপক বিশ্ব বক্সিং চেম্পিয়ন এল সৰিতাই।

Apply Now

মাৰাথন দৌৰৰ পাছতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে দৈজিং উৎসৱৰ। চিৰাঙৰ উপায়ুক্ত তথা দৈজিং উৎসৱৰ আয়োজক সমিতিৰ অধ্যক্ষ গৌতম তালুকদাৰে উত্তোলন কৰে দৈজিং উৎসৱৰ পতাকা।

তাৰ পিছত পৰ্যায়ক্ৰমে চন্দন ব্ৰহ্মই থলুৱা খাদ্য বিপণী, বি টি এ ডিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাসগৃহ মুকলি কৰাৰ উপৰি মঞ্চ উন্মোচন কৰে সেনা বাহিনীৰ মেজৰ জেনেৰেল সঞ্জীৱ কাট্ৰীয়ে, ৰাইফল চুটিং ৰেঞ্জৰ মুকলি কৰে এছিয়া কমনৱেলথ পদকপ্ৰাপক জয়দেৱ দাস, জীপ আৰু হাতী চাফাৰি উদ্বোধন কৰে বি টি এ ডিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে।

১২ দিন ধৰি চলিব লগা এই মহোৎসৱখনত প্ৰথম দিনাই দেশী-বিদেশী পৰ্য্যটকৰ উপৰি স্থানীয় লোকেৰে উৎসৱস্থল ভৰি পৰে। উৎসৱথলীত প্ৰতি বছৰৰ দৰে এইবাৰো পৰম্পৰাগত খাদ্য, সংস্কৃতি আৰু ৰোমাঞ্চকৰ পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হৈছে।

ইফালে অসমৰ তথা বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত আৰু বলিউডৰ নামী-দামী জনপ্ৰিয় শিল্পী তাৰকাৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ইতিমধ্যে উৎসৱত অংশ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰেই অসমত আহি উপস্থিত হৈছে হিন্দী চিনেমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰ।

২৬ ডিচেম্বৰৰ শুভাৰম্ভ অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তিৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ  জয়ন্ত মল্ল বৰুৱাৰ লগতে বহু ৰাজনৈতিক নেতা, শিল্পী তথা স্থানীয় লোকসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd