• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী এন এল এফ টি বিদ্ৰোহীৰ আত্মসমৰ্পন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2021 4:12 pm

1 min read

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী এন এল এফ টি বিদ্ৰোহীৰ আত্মসমৰ্পন
143
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ কেডাৰে ত্ৰিপুৰাত নিৰাপত্তাৰক্ষী বাহিনীৰ সন্মুখত আত্মসমৰ্পন কৰে।

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত এন এল এফ টিৰ বিদ্ৰোহী কেইগৰাকীয়ে চুবুৰীয়া দেশখনৰ এটা কেম্পৰ পৰা ৩১ জানুৱাৰিত পলাই আহিছিল।

বৃহস্পতিবাৰে আত্মসমৰ্পন কৰা এন এল এফ টি বিদ্ৰোহী চাৰিগৰাকী হৈছে ক্ৰমে- শেঠী দেৱবৰ্মা(২০), ৰাজীৱ দেৱবাৰ্মা(১৮), বিশাৰাম ৰেং লালং(২১) আৰু জামিনা ৰেয়াং(২৬)।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী কেইগৰাকীয়ে ৩১ জানুৱাৰিত বাংলাদেশৰ ৰাঙামাটি জিলাৰ বগাইচাৰিত থকা কেম্পৰ পৰা পলায়ন কৰে।

আত্মসমৰ্পন কৰা আটাইকেইগৰাকী বিদ্ৰোহী ত্ৰিপুৰাৰ বাসিন্দা।

বৰ্তমান আটাইকেইগৰাকী বিদ্ৰোহীকে অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তত চাৰিওগৰাকী এন এল এফ টি বিদ্ৰোহীয়ে ২০১৮-১৯ চনত এন এল এফ টিত যোগদান কৰা বুলি স্বীকাৰ কৰিছে।

আনহাতে, আৰক্ষীৰ সন্মুখত বিদ্ৰোহী কেইগৰাকীয়ে তেওঁলোকৰ তথাকথিত স্বাধীন ত্ৰিপুৰাৰ বাবে কৰা সংগ্ৰাম ৰাজ্যখনৰ উন্নয়ন বিৰোধী বুলি পৰৱৰ্তী সময়ত তেওঁলোকে অনুধাৱন কৰে বুলিও কয়।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd