• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ; নতুন হিংসাত ৫ জন লোকৰ মৃত্যু, ১২ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 9:53 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত হিংসাত্মক ঘটনাৰ অন্ত পৰা নাই। দেওবাৰে ৰাজ্যখনত নতুনকৈ সংঘটিত হয় এলানি অপ্ৰীতিকৰ ঘটনা। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ৫জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। ইয়াৰ উপৰিও আন ১২ জন লোক গুৰুতৰভাৱে আহত হয় এই হিংসাত্মক ঘটনাত।

জানিব পৰা মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উগ্ৰপন্থীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হয়। ইফালে সাধাৰণ মানুহৰ ওপৰতো গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ইম্ফল উপত্যকাৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে।

লগতে পঢ়ক: আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল

Apply Now

উল্লেখ্য যে কালি মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে ঘোষণা কৰিছিল যে যোৱা ৪ দিনত নিৰাপত্তা বাহিনীয়ে ৪০ জন সশস্ত্ৰ কুকি উগ্ৰপন্থীক হত্যা কৰিছে। আৰু সেইদিনাই মণিপুৰৰ কেইবাঠাইতো পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

মন কৰিবলগীয়া যে যোৱা ৩ মে’ৰ পৰা মণিপুৰত গোষ্ঠীগত হিংসাৰ সাক্ষী হৈ আহিছে। মাজতে পৰিস্থিতি কিছু শান্ত হৈ পৰিছিল যদিও পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই। বৰ্তমান ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ কেইবাহাজাৰো জোৱান ৰাজ্যখনত নিয়োজিত হৈ আছে।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

এতিয়ালৈকে হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অধিকাংশ লোকক চুৰাচান্দপুৰ, মৰে, কাকচিং আৰু কাংপোকপি জিলাৰ পৰা উলিয়াই অনা হয়।

ইয়াৰ মাজতে হিংসাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইফালে বিগত ২৪ ঘন্টাত ইম্ফল পূৱ আৰু পশ্চিম জিলাত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক: ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ

অভিযোগ উত্থাপন হৈছে যে কুকি ‘উগ্ৰপন্থীয়ে’ অটোমেটিক ৰাইফল লৈ ঘূৰি ফুৰিছে। পশ্চিম ইম্ফলৰ ফায়েং অঞ্চলত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰে। সেই ঘটনাত এজন আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে আন এজন আৰক্ষী আহত হয়। সেই ঘটনাত ৬ জন সাধাৰণ নাগৰিক গুলীত আহত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো হিংসাত্মক ঘটনা সংঘটিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd