• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2026 3:00 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ ৫২ বছৰৰ অপেক্ষাৰ অন্ত পৰিল। মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা পৰিয়ালত জন্ম হৈছে এগৰাকী নৱজাত কন্যাসন্তানৰ। বিগত পাঁচ দশকতকৈও অধিক সময় ধৰি এই পৰিয়ালটোত কোনো কন্যা সন্তানৰ জন্ম হোৱা নাছিল। অৱশেষত এই দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰাত সমগ্ৰ পৰিয়ালটোতে সৃষ্টি হৈছে অপাৰ আনন্দৰ। ঘৰৰ এই নতুন অতিথিগৰাকীক আদৰিবলৈ পৰিয়ালৰ লোকে কৰা উল্লাসৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে।

জানিব পৰা মতে, স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° বেলা শ্বাহ জৈনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টোত দেখা গৈছে যে হাস্পতালৰ অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত পৰিয়ালৰ লোকসকলে অতি উদ্বেগ আৰু আগ্ৰহেৰে অপেক্ষা কৰি আছিল। যেতিয়া চিকিৎসকে নৱজাত কন্যাসন্তানটিক কোলাত লৈ বাহিৰলৈ ওলাই আহে আৰু এগৰাকী জীয়াৰী জন্ম হোৱা বুলি খবৰ দিয়ে, তেতিয়াই পৰিয়ালৰ প্ৰতিগৰাকী সদস্য আনন্দত আৱেগিক হৈ পৰিল। খবৰটো শুনাৰ লগে লগে সকলোৰে চকুত ভৰি পৰিল আনন্দৰ চকুপানী।

Apply Now

জীয়াৰী জন্ম হোৱা বুলি জানিব পাৰি পৰিয়ালৰ সকলোৱে হাস্পতালৰ ভিতৰতেই ইজনে সিজনক সাৱটি ধৰি অপাৰ আনন্দ প্ৰকাশ কৰে। চিকিৎসাগৰাকীয়ে ভিডিঅ’টোৰ কেপশ্বনত লিখে যে কিছুমান অলৌকিক ঘটনা ঘটিবলৈ কেইবাটাও প্ৰজন্ম পাৰ হৈ যায়। ৫২ বছৰৰ পাছত এই পৰিয়াললৈ এগৰাকী কন্যাসন্তান আহিল, যিটো সমগ্ৰ পৰিয়ালটোৰ বাবে চিৰদিন মনত ৰখাৰ দৰে এক বিশেষ মুহূৰ্ত।

সামাজিক মাধ্যমত এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছৰে পৰা নেটিজেন সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কন্যাসন্তানৰ জন্মক লৈ সমাজৰ এনে ইতিবাচক চিন্তা দেখি বহুতো লোকে আনন্দ প্ৰকাশ কৰিছে। ল’ৰা-ছোৱালীৰ ভেদাভেদ পাহৰি এটা পৰিয়ালে কেনেদৰে মৰমেৰে নতুন অতিথিক আদৰণি জনাইছে, তাক দেখি বহুজনে মন্তব্য কৰিছে যে এই দৃশ্য সঁচাকৈয়ে হৃদয় স্পৰ্শ কৰা ধৰণৰ। বৰ্তমান এই ভাইৰেল ভিডিঅ’টোৱে সামাজিক মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

October 3, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd