• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৮ বছৰীয়া ছাত্ৰীৰ সৈতে অপকৰ্ম কৰি হত্যা; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১২-১৩বছৰীয়া তিনি নাবালক অভিযুক্তক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একবিংশ শতিকাত সংঘটিত এক নাৰকীয় কাণ্ড! ৮ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে!ইতিমধ্যে আৰক্ষীয়ে ১২-১৩ বছৰ বয়সৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জেৰাত অভিযুক্তই অপৰাধ স্বীকাৰ কৰি ছোৱালীজনীক হত্যা কৰি খালত পেলাই দিয়া বুলি জানিবলৈ দিয়ে। অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালা জিলাত সংঘটিত এই ঘটনাত এতিয়াও কিশোৰীগৰাকীৰ মৃতদেহ পোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰৰ পৰা তৃতীয় শ্ৰেণীৰ ছোৱালীজনী নিৰুদ্দেশ হৈ আছে। দেউতাকে স্থানীয় থানালৈ গৈ এখন নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, ছোৱালীজনীয়ে ঘৰৰ ওচৰৰ মুচুমাৰী পাৰ্কত খেলিবলৈ গৈছিল আৰু তাৰ পৰা ঘৰলৈ উভতি অহা নাছিল। অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। সকলো সম্ভাৱ্য ঠাইত সন্ধান কৰে যদিও ছোৱালীগৰাকীক পোৱা নগ’ল।

ইয়াৰ পাছত যেতিয়া স্নিফাৰ কুকুৰে অঞ্চলটোত তালাচী চলাবলৈ আৰম্ভ কৰে, তেতিয়া কুকুৰটোৱে আৰক্ষীক নেতৃত্ব দি নাবালক তিনিজন ছাত্ৰৰ ওচৰলৈ লৈ যায়। ইয়াৰে দুজনৰ বয়স ১২ বছৰ, দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ি আছে। আন এজন সপ্তম শ্ৰেণীৰ ১৩ বছৰীয়া ছাত্ৰ।তিনিও ছোৱালীজনীৰ লগত একেখন স্কুলতে পঢ়া-শুনা কৰিছিল। ধৰা পৰাৰ পাছত আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহটো পানীত পেলাই দিয়ে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই জানিবলৈ দিয়া মতে, পাৰ্কত খেলা দেখি তিনিজন ছাত্ৰই কিশোৰীগৰাকীৰ সৈতে গৈ কথা পাতিছিল। ইয়াৰ পিছত তেওঁক মুচুমাৰী বান্ধৰ সমীপৰ এটা নিৰ্জন অঞ্চললৈ লৈ যোৱা হয়। তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। ইয়াৰ পাছত  ছোৱালীজনীয়ে তেওঁলোকৰ নাম কোৱাৰ ভয়ত হত্যা কৰে। তাৰ পাছত মৃতদেহটো কাষতে এটা খালত পেলাই দিয়ে।

আনকি তদন্তকাৰী নিজেই গোটেই ঘটনাটো শুনি কঁপি উঠিছে। অৱশ্যে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ নোহোৱাৰ পৰা আৰক্ষীয়ে এতিয়াও নিৰুদ্দেশৰ গোচৰ হিচাপে গণ্য কৰি আছে, হত্যাৰ গোচৰ ৰুজু হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

October 31, 2026 8:25 pm
ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

October 31, 2026 6:36 pm
“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

October 31, 2026 5:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

October 31, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd