• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰনদীপ হুদাৰ মণিপুৰী কইনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2020 4:24 pm
Manipur’s Lin Laishram to get married to long-time boyfriend Randeep Hooda

ৰনদীপ আৰু লিন। ছবি সৌজন্য-- Zoom TV

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউডতো ভুমুকি মৰা জনপ্ৰিয় অভিনেতা ৰণদীপ হুদাৰ বিয়া ঠিক হৈছে মণিপুৰী মডেল, অভিনেত্ৰী লিন লাইচৰামৰ সৈতে।

লিন এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল। প্ৰিয়ংকা চোপ্ৰা অভিনীত মেৰি কমত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।

Apply Now

শ্বাহৰুখ খান নিৰ্মিত ঔম শান্তি ঔম দীপিকা পাডুকনৰ লগতে লিনৰো প্ৰথম বলিউদ ছবি আছিল।

তেওঁ উম্ৰিকা (২০১৫), ৰেংগুন (২০১৭) আৰু আভা মাৰিয়া (২০২০) আদি চিনেমাতো অভিনয় কৰিছে।

লিন বিখ্যাত কিংফিশ্বাৰ কেলেণ্ডাৰ গাৰ্লৰ অন্যতম মডেল। আৰু তেওঁ নিউ ইয়ৰ্কৰ গহনা ব্ৰেণ্ড অ’জৰু জুৱেলাৰিৰ ব্ৰেণ্ড এম্বেছেদৰ।

লিনক লৈ মণিপুৰত পূৰ্বে এক বিতৰ্কৰো সূত্ৰপাত হৈছিল। তেওঁ ছুইম ছুট পিন্ধি টিভিত ওলোৱা প্ৰথম মণিপুৰী মডেল।

অকল মডেলিং আৰু অভিনয়েই নহয়, লিন আৰ্চাৰিতো ৰাষ্ট্ৰীয় চেম্পিয়ন।

১৯৯৮ চনত তেওঁ চণ্ডীগড়ত ৰাষ্ট্ৰীয় আৰ্চাৰি প্ৰতিযোগিতাত তেওঁ জুনিয়ৰ নেচনেল চেম্পিয়ন আছিল।

লিনে জামছেদপুৰৰ টাটা আৰ্চাৰি একাডেমিৰ পৰা খেলবিধত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

২০১৭ চনৰ মাৰ্চৰ লিনে শ্বামু ছানা নামৰ নিজা গহনাৰ এক ব্ৰেণ্ডো আৰম্ভ কৰিছে।

২০১৬ চনৰ পৰাই লিনক ৰনদীপৰ সৈতে বিভিন্ন সময়ত দেখা গৈছিল।

খবৰমতে, খুব সোনকালেই ৰনদীপে তেওঁৰ মাক-দেউতাকৰ সৈতে লিনক পৰিচয় কৰোৱাব আৰু তাৰ পিছতে দুয়ো বিবাহপাশত আবদ্ধ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd