• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পি এম কেয়াৰ্ছলৈ আগবঢ়াব এদিনৰ দৰমহা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 11:01 pm
Rajnath-Singh-1140x570

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই প্ৰস্তাৱত অনুমোদন জনাইছে।

Apply Now

এই সাহায্যৰ পৰিমাণ প্ৰায় ৫০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সেনা, বায়ু সেনা, নৌ সেনা তথা আন শাখাসমূহৰ পৰা সামূহিকভাৱে এই সাহায্য প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ প্ৰদান কৰা হ’ব।

ইতিমধ্যে আদানী ফাউণ্ডেচন, ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ, বলিউদ তাৰকা অক্ষয় কুমাৰকে আদি কৰি বহুলোকে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ সাহায্য আগবঢ়াইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুক্তমনে সকলো লোককে পি এম কেয়াৰ্ছ পুঁজিলৈ সাহায্য প্ৰদানৰ বাবে আহ্বান জনাইছে।

“COVID-19 মহামাৰীৰ দৰে পৰিস্থিতিয়ে থিয় কৰোৱা যিকোনো ধৰণৰ জৰুৰী বা পীড়াদায়ক পৰিস্থিতিৰ সৈতে মোকাবিলাৰ প্ৰাথমিক লক্ষ্যৰ সৈতে ই হ’ব এটা উৎসৰ্গিত ৰাষ্ট্ৰীয় পুঁজি,” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল।

আপুনিও প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াব পাৰে।

পি এম কেয়াৰ্ছ পুঁজিৰ একাউণ্ট নম্বৰ হৈছে 2121PM20202, IFSC SBIN0000691. SWIFT ক’ড হৈছে SBININBB104 (।)

তাৰোপৰি pmindia.gov.inত ইউ পি আই, নেট বেংকিং, আৰ টি জি এছ, এন ই এফ টি আৰু ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও বৰঙনি আগবঢ়াব পাৰে।

#PMCaresFundsৰ ইউ পি আই আই ডি হৈছে pmcares@sbi (।)

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd