DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পি এম কেয়াৰ্ছলৈ আগবঢ়াব এদিনৰ দৰমহা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 11:01 pm
Rajnath-Singh-1140x570

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফাইল ছবি।

6.7k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই প্ৰস্তাৱত অনুমোদন জনাইছে।

এই সাহায্যৰ পৰিমাণ প্ৰায় ৫০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সেনা, বায়ু সেনা, নৌ সেনা তথা আন শাখাসমূহৰ পৰা সামূহিকভাৱে এই সাহায্য প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ প্ৰদান কৰা হ’ব।

ইতিমধ্যে আদানী ফাউণ্ডেচন, ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ, বলিউদ তাৰকা অক্ষয় কুমাৰকে আদি কৰি বহুলোকে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ সাহায্য আগবঢ়াইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুক্তমনে সকলো লোককে পি এম কেয়াৰ্ছ পুঁজিলৈ সাহায্য প্ৰদানৰ বাবে আহ্বান জনাইছে।

“COVID-19 মহামাৰীৰ দৰে পৰিস্থিতিয়ে থিয় কৰোৱা যিকোনো ধৰণৰ জৰুৰী বা পীড়াদায়ক পৰিস্থিতিৰ সৈতে মোকাবিলাৰ প্ৰাথমিক লক্ষ্যৰ সৈতে ই হ’ব এটা উৎসৰ্গিত ৰাষ্ট্ৰীয় পুঁজি,” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল।

আপুনিও প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াব পাৰে।

পি এম কেয়াৰ্ছ পুঁজিৰ একাউণ্ট নম্বৰ হৈছে 2121PM20202, IFSC SBIN0000691. SWIFT ক’ড হৈছে SBININBB104 (।)

তাৰোপৰি pmindia.gov.inত ইউ পি আই, নেট বেংকিং, আৰ টি জি এছ, এন ই এফ টি আৰু ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও বৰঙনি আগবঢ়াব পাৰে।

#PMCaresFundsৰ ইউ পি আই আই ডি হৈছে [email protected] (।)

Tags: COVID19

Recent News

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd