• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াৰটেলে বৃদ্ধি কৰিলে প্ৰীপেইড পেকৰ ভেলিডিটি, দিব অতিৰিক্ত টকটাইম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 8:47 pm
Lockdown: Bharti Airtel extends pre-paid pack validity
14.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতী এয়াৰটেলে ইয়াৰ ৮ কোটিতকৈ অধিক গ্ৰাহকৰ প্ৰীপেইড পেকৰ ভেলিডিটি অহা ১৭ এপ্ৰিললৈকে বৃদ্ধি কৰিছে।

কোম্পানিটোৱে এই সময়চোৱাত গ্ৰাহকসকললৈ ১০ টকাৰ টকটাইমো আগবঢ়াব।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানিটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কোম্পানিটোৱে সদৰী কৰা মতে পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত এই সিদ্ধান্ত কাৰ্য্যকৰী হ’ব।

তাৰোপৰি কোম্পানিটোৱে এই সময়চোৱাত গ্ৰাহকসকলৰ ইনকামিং সেৱাও অবিচ্ছিন্ন ৰাখিব।

উল্লেখযোগ্য যে ট্ৰায়ে লকডাউনত প্ৰীপেইড গ্ৰাহকসকল অসুবিধাত নপৰিবলৈ ভেলিডিটি পিৰিয়ড বঢ়াই দিয়াৰ বাবে টেলিকম কোম্পানিসমূহক নিৰ্দেশ দিছিল।

লকডাউনৰ সময়ত সকলো প্ৰিপেইড চাবস্ক্ৰাইবাৰে অবিচ্ছিন্ন সেৱা উপভোগ কৰিব পৰাতো নিশ্চিত কৰাৰ বাবে ভেলিডিটি পিৰিয়ড বৃদ্ধিকে ধৰি উপযুক্ত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ট্ৰায়ে কোম্পানিসমূহক নিৰ্দেশ দিছিল।

কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে।

ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১২০০ৰ সীমা অতিক্ৰম কৰিছে।

১১৮ গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হোৱাৰ বিপৰীতে এতিয়ালৈকে দেশত ৪০ গৰাকী লোক মৃত্যুমুখত পৰিছে।

Tags: COVID19

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd