• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবী কেইবাটাও জাতীয় সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 6:50 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীৰ মুক্তিৰ দাবীত কেইবাটাও জাতীয় সংগঠনে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰৰ জৰিয়তে সংগঠনকেইটাই ক’ৰ’না ভাইৰাছে মানুহৰ জীৱনলৈ কঢ়িয়াই অনা গভীৰ সংকটৰ সময়ত ‘মানৱীয় দৃষ্টিকোণেৰে আৰু স্বাভিমানী জনতাৰ দাবীক সন্মান জনাই’ ‘কা’ বিৰোধী সকলো কাৰাৰুদ্ধ নেতাক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায়।

Apply Now

পত্ৰখনত তেওঁলোকে উচ্চতম ন্যায়ালয়ে ‘ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি বহু ৰাজনৈতিক তথা ক্ষমাৰ যোগ্য বন্দীক কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়াৰ পোষকতা’ কৰাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে ‘কেব’ আৰু পৰৱৰ্তী সময়ত ‘কা’ বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অখিল গগৈক ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাট আৰক্ষী আৰু পৰৱৰ্তী সময়ত নিয়া আৰু বিভিন্ন জিলাৰ আৰক্ষীয়ে তেওঁৰ লগতে কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু অন্যান্য সংগঠনৰ বহু ‘কা’ বিৰোধী নেতাক কাৰাৰুদ্ধ কৰি ৰাখে।

‘ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰা প্ৰতিবাদীক চৰকাৰে এনে দমনমূলক নীতিৰে কাৰাগৰতে আৱদ্ধ কৰি ৰখাটো এক অন্যায় হৈছে। গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ হকে মাত মতাটো অপৰাধ নহয়।‘ স্মাৰকপত্ৰত তেওঁলোকে কয়।

আজি মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা সংগঠন কেইটা হৈছে টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, স্বৰাজ অসম, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টাই আহোম মহিলা পৰিষদ, সদৌ অসম কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, দুৰ্নীতি বিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া-মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ, সদৌ অসম উন্নয়ন পৰিষদ আৰু সদৌ অসম একত্ৰিত যৱু পৰিষদ।

আনহাতে কালি অৰ্থাৎ ২২ এপ্ৰিলত অখিল গগৈ আৰু সকলো ‘কা’ বিৰোধী কাৰাবন্দীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত অসম নাগৰিক সমাজে মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

পঢ়ক : অখিল গগৈসহ সকলো ‘কা’ বিৰোধী নেতাৰ মুক্তিৰ দাবীত অসম নাগৰিক সমাজৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

ইপিনে গুৱাহাটী চান্দমাৰিস্থিত NIA আদালতে আজি অখিল গগৈ তেওঁৰ সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। অহা ১৩ মে’ত তিনিওকে পুনৰ NIA আদালতত হাজিৰ কৰোৱা হ’ব।

লগতে পঢ়ক : NIAৰ আদালতে পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিলে অখিল গগৈক

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd