• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অখিল গগৈসহ সকলো ‘কা’ বিৰোধী নেতাৰ মুক্তিৰ দাবীত অসম নাগৰিক সমাজৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 6:18 pm
Akhil-Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে অসম নাগৰিক সমাজে আজি মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

অসম নাগৰিক সমাজৰ হৈ লক্ষ্মীনন্দন বৰা, হৰেকৃষ্ণ ডেকা, অৰূপ কুমাৰ দত্ত, অজিত কুমাৰ ভূঞা, বীৰেন সিংহ, ননী বৰপূজাৰী, প্ৰশান্ত ৰাজগুৰু, নিত্য বৰা, মুনীন বায়ন, পৰেশ মালাকাৰ আৰু অখিল ৰঞ্জন দত্তৰ স্বাক্ষৰ সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

Apply Now

‘চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে। অসমৰ এক বৃহৎ অংশৰ ৰাইজে বিভিন্ন সংগঠনৰ নেতৃত্বত এই আইনৰ বিৰুদ্ধে আন্দোলন কৰিছে। চৰকাৰে লোৱা কোনো সিদ্ধান্তৰ বিৰুদ্ধে অহিংস আৰু গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰাৰ সংবিধান প্ৰদত্ত অধিকাৰ যি কোনো ভাৰতীয় নাগৰিকৰে আছে। সেই অধিকাৰ অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰো আছে। আমি ভাবোঁ চৰকাৰী নীতিৰ বিৰোধিতা কৰা বাবেই অখিল গগৈৰ ওপৰত এটাৰ পিছত এটাকৈ গোচৰ জাপি দি  তেওঁক কাৰাৰুদ্ধ কৰি থোৱাটো আৰু কেৱল ‘কা’ আন্দোলনৰ নেতৃত্ব দিয়া বাবে তেওঁৰ সতীৰ্থ সকলক ইমান দিন ধৰি জে’লত ভৰাই থোৱাটো  অন্যায় হৈছে।’ স্মাৰকপত্ৰত উল্লেখ কৰে।

স্মাৰকপত্ৰত লগতে কোৱা হয়, ‘অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলে কেতিয়াও দেশৰ সংবিধান আৰু সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান জনোৱা নাই৷ চাৰিমাহৰো অধিককাল কাৰাগাৰত কটোৱা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতিও আমাৰ দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে৷ এনে, অৱস্থাত ক’ৰ’ণা বীজাণুৱে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টিকৰাৰ সময়ত, চৰকাৰৰ লগত ৰাজনৈতিক মতদ্বৈধতাৰ বাবেই জে’লত থাকিব লগা হোৱা অখিল গগৈ আৰু অন্যান্য সকলৰ প্ৰতি বদন্যতা দেখুৱাই তেওঁলোকক জে’লৰ পৰা অতি শীঘ্ৰে বিনাচৰ্তে মুক্ত কৰি দিবলৈ আমি চৰকাৰক অনুৰোধ জনালোঁ৷’

উক্ত স্মাৰকপত্ৰৰ জৰিয়তে অসম নাগৰিক সমাজে অখিল গগৈৰ লগতে অন্য ‘কা’ বিৰোধী নেতাসকলক কাৰাগাৰৰ পৰা বিনা চৰ্তে মুকলি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক দাবী তোলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd