• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে যোৰহাটত আছুৰ প্ৰতিবাদ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
August 8, 2020 8:14 am
IMG-20200807-WA0093-750x375

ফটো: নৰ্থইষ্ট নাও

179
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ সন্মুখত শুকুৰবাৰে আছুৱে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদ সাৱ্যস্ত কৰে।

স্বাস্থ্য বিভাগে কোভিড-১৯ আৰু আন সংকটজনক অৱস্থাৰ ৰোগীয়ে তাৎক্ষণিক গুৰুত্ব তথা চিকিৎসকৰ চিকিৎসা লাভ কৰাৰ ক্ষেত্ৰত মেডিকেল প্ৰট’কল ৰূপায়ন নকৰাৰ বাবে আছুৱে এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

জিলাখনৰ আছুৰ পাঁচখন আঞ্চলিকে প্লেকাৰ্ড হাতত লৈ  ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰীসকলে পাছত উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় যে যদিও চিকিৎসকসকলে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সেৱা আগবঢ়াইছে, কোভিড-১৯ৰ পৰীক্ষাৰ ফলাফল অপেক্ষা কৰাৰ ব্যৱস্থাটো বিশেষকৈ সংকটজনক ৰোগীৰ ক্ষেত্ৰত আঁতৰ কৰা উচিত।

অলপতে এনেদৰে মৃত্যু হোৱা ৰোগী সমীৰ ফুকন, মেঘনাদ মহিলি আৰু অচিন্ত্য বৈশ্যৰ প্ৰসংগ দাঙি ধৰি বৰদলৈয়ে কয় যে হাৰ্টৰ অসুখ, ষ্ট্ৰ’ক, অগ্নিদগ্ধ আদি এনেধৰণ ৰোগীৰ চিকিৎসা তাৎক্ষণিক আৰু জৰুৰীকালীনভাৱে হোৱা উচিত।

এনেধৰণৰ ৰোগীৰ প্ৰয়োজনীয় চিকিৎসাৰ বাবে সুকীয়া আইছ্যলেশ্যন ৱাৰ্ড তথা আইচিয়ুৰো লগতে দাবী কৰে আছুৱে।

তেওঁলোকে চৰকাৰী বা ব্যক্তিগত সকলো হাস্পাতলতে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবে দাবী জনায়।

ইয়াৰ পূৰ্বে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্ৰেছে জেএমচিএইচৰ সন্মুখত একেধৰণে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

জেএমচিএইচৰ চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে এইটো আছিল দ্বিতীয়টো প্ৰতিবাদী কাৰ্যসূচী। প্ৰথমটো যোৱা ৩ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ স্বাস্থ্য বিভাগৰ প্ৰতিকৃতি জ্বলাই মিথপুখুৰী অঞ্চলত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd