• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গেৰুৱা বাহিনীয়ে তিৱা স্বায়ত্ত পৰিষদখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিণত কৰিছে: বীৰ কুমাৰ কোঁৱৰ

চানু গগৈ by চানু গগৈ
December 2, 2020 1:36 pm
WhatsApp Image 2020-12-02 at 12.36.01 PM

মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গেৰুৱা বাহিনীয়ে তিৱা স্বায়ত্ত পৰিষদখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিণত কৰিছে য’ত কিনা বেছা হয় প্ৰাৰ্থী। এক বাণিজ্যিক কেন্দ্ৰ হিছাপে পৰিষদখনক ব্যৱহাৰ কৰি তিৱা জনগোষ্ঠীয় ৰাইজৰ লগতে পৰিষদত অন্তৰ্ভুক্ত অ-তিৱা জনসাধাৰণৰ উন্নয়ণৰ ধন সমূহ শাসকীয় দলৰ নেতাসকলে দুৰ্নীতি, কেলেংকাৰিত নিমজ্জিত হৈ তিৱা পৰিষদ খনক অস্থিৰ কৰি তুলিছে।’

নৰ্থ ইষ্ট নাও’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষ্যাতকাৰত এই গুৰুতৰ অভিযোগ কৰে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে।

Apply Now

শাসকীয় গেৰুৱা বাহিনীক তীৰ্যক ভাষাৰে সমালোচনা কৰি সভাপতি গৰাকীয়ে লগতে কয় যে সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত চৰকাৰ খনৰ আৰক্ষী বাহিনীয়ে দেখুওৱা আচৰণ কেতিয়াও সমৰ্থনযোগ্য নহয়।

জিলা সভাপতি গৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক দেখুৱাই অহা অসহিষ্ণুতা কোনো কাৰনতে গ্ৰহণযোগ্য ন’হয় বুলি দোহাৰি এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি মত প্ৰকাশ কৰে।

আনহাতে, তিৱা স্বায়ত্ত পৰিষদৰ ক্ষমতাৰ খোৱা-কামোৰাত পৰিষদৰ অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণৰ উন্নয়ণমূলক কাম-কাজসমূহত বাধাৰ সৃষ্টি কৰা শাসকীয় দলটোৰ পৰা এইবাৰ পৰিষদৰ শাসনভাৰ কংগ্ৰেছ দলেই হস্তগত কৰিব বুলি দাবী কৰে কোঁৱৰে।

জিলাখনৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজে পৰিষদৰ উন্নয়ণৰ স্বাৰ্থত কংগ্ৰেছকেই ভোট দিব বুলি জিলা সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, পৰিষদৰ একক সংখ্যা গৰিষ্ঠতা লাভ কৰিলে পূৰ্বৰ সকলো দুৰ্নীতি অনিয়মৰ উচিত তদন্ত কৰি দুৰ্নীতিকাৰীসকলক শাস্তিৰ দাবী জনাব বুলিও সভাপতি গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

এতিয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব কংগ্ৰেছ দলৰ সভাপতিয়ে আগবঢ়োৱা মন্তব্য কিমান সত্যত পৰিণত হয়।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd