• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদীৰ নামত ১২ বিঘা মাটি লিখি দিব এইগৰাকী ৮৫ বছৰীয়া বৃদ্ধাই, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 11:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ ৮৫ বছৰীয়া এগৰাকী বৃদ্ধাই নিজৰ চাৰে বাৰ বিঘা কৃষিভূমি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত লিখি দিব খোজা কাৰ্যই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

প্ৰধান মন্ত্ৰী মোদীৰ কৰ্মশৈলীত প্ৰভাৱিত হৈয়ে এই ইচ্ছা প্ৰকাশ কৰা বুলি বিট্টন দেৱী নামৰ বৃদ্ধাগৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

বুধবাৰৰ পিছত আজিও বৃদ্ধাগৰাকীয়ে নিজৰ ভূমিখিনি প্ৰধান মন্ত্ৰীৰ নামত লিখি দিবলৈ মেনপুৰী জিলা তহচিলত উপস্থিত হৈছিল।

প্ৰধান মন্ত্ৰীৰ নামত নিজৰ কৃষিভূমি পঞ্জীয়ন কৰিব খোজা কাৰ্যত অধিবক্তা গৰাকীও আচৰিত হয়। ইয়াকে লৈ স্থানীয় লোকসকলে বৃদ্ধাগৰাকীক বুজাবলৈ চেষ্টা কৰে যদিও বৃদ্ধাগৰাকী নিজৰ সিদ্ধান্তত অলৰ অচৰ থাকে।

উল্লেখ্য যে বৃদ্ধাগৰাকীৰ এই সিদ্ধান্তৰ আঁৰত কিছু দুখ আৰু আবেগ জৰিত হৈ আছে।

বিট্টন দেৱীয়ে জনাই যে তেওঁৰ স্বামীৰ মৃত্যু হৈছে। তেওঁৰ দুই পুত্ৰ আৰু বোৱাৰীয়ে তেওঁৰ চোৱা চিতা নকৰে।

পৰিয়ালৰ মৰমৰ পৰা বঞ্চিত বৃদ্ধাগৰাকীয়ে এতিয়া চৰকাৰী আঁচনিৰ সহায়তেই জীৱন নিৰ্বাহ কৰি আছে।

এই কথা বতৰাত বিতুষ্ট হৈয়েই অৱশেষত ৮৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে নিজৰ কৃষিভূমি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত লিখি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৃদ্ধাগৰাকীয়ে কয় যে চৰকাৰৰ পৰা লাভ কৰা বৃদ্ধ পেঞ্চনৰ সহায়ত তেওঁ ধুনীয়াকে নিজৰ জীৱন চলাই যাব পাৰিব। সেয়ে তেওঁ নিজৰ নামত থকা ভূমি প্ৰধান মন্ত্ৰীৰ নামত লিখি দিব বিচাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

দিল্লীত হাই এলাৰ্ট! নিৰ্বাচন আয়ুক্তৰ বাসভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা

October 8, 2026 1:29 pm
কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd