• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঁকাল ভঙা কংগ্ৰেছৰ বল আনিবলৈ ৰাহুলৰ ওপৰতে আস্থা ৰাখিলে দিল্লী কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 8:40 am
a delhi
166
VIEWS
Share on FacebookShare on Twitter

পৰিয়ালতন্ত্ৰৰ পৰা মুক্ত হ’ব নোৱাৰা কংগ্ৰেছত এতিয়াও নাই কোনো স্থায়ী সভাপতি।

দেশৰ ৰাজ্যই ৰাজ্যই এতিয়া কংগ্ৰেছৰ পয়ালগা অৱস্থা।

এনে সময়তে কংগ্ৰেছৰ এজন পূৰ্ণকালীন সভাপতি নিৰ্বাচনৰ বাবে দলটোৰ ভিতৰতে প্ৰৱল দাবী উঠিছে।

শেহতীয়াকৈ কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত চলিত বৰ্ষৰ জুন মাহৰ ভিতৰতে কংগ্ৰেছৰ এজন সভাপতি নিৰ্বাচন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে।

এনে সময়তে ৰাহুল গান্ধীকে পুনৰ কংগ্ৰেছৰ সভাপতি পদত বহুৱাব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰি দিল্লী প্ৰদেশ কংগ্ৰেছে।

দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থতে “Rahul Returns” অভিযানৰ উকমুকনিৰ সৃষ্টি হোৱা দেখা গৈছে।

ইয়াৰ মাজতে দিল্লী কংগ্ৰেছে দেশৰ প্ৰথম ৰাজ্য হিচাবে “Rahul Returns” অভিযানক সমৰ্থন জনাই ৰাহুলকে পুনৰ  দলৰ সভাপতি পতাৰ বিষয়ত আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰিছে।

দিল্লী কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰীয়ে উত্থাপন কৰা প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। এই প্ৰসংগত মন্তব্য কৰি চৌধুৰীয়ে কয় যে  শাসকীয় দল বিজেপিয়ে দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

এইক্ষেত্ৰত ৰাহুল গান্ধীয়ে তেওঁৰ নিজস্ব স্থিতিৰে বিজেপিৰ বিৰুদ্ধে সৱল প্ৰতিৰোধ গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

ৰাহুলেহে বিজেপিক প্ৰতিহত কৰাৰ দিক নিৰ্ণয় কৰিব পাৰিব বুলি তেওঁলোক আশাবাদী।

সেইবাবেই ৰাহুলকে পুনৰ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত কৰোৱাৱলৈ দিল্লী কংগ্ৰেছে প্ৰস্তাৱ গ্ৰহণ কৰা বুলি তেওঁ কয়।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd