• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীন-পাকিস্তান ভ্ৰমণ কৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীৰ কৃষকৰ খবৰ ল’বলৈ সময় নাই : মোদীক প্ৰিয়ংকা গান্ধীৰ কটাক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 6:42 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত তিনি কৃষি আইনৰ সন্দৰ্ভত মুখ খুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্মস্বৰে কটাক্ষ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই।

জিলা প্ৰশাসনে অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰিলেও বুধবাৰে বিতৰ্কিত তিনি কৃষি আইনৰ বাতিলৰ দাবীত উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত বিপুল পৰিমাণৰ কৃষকৰ উপস্থিতিৰে কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত হৈ যায়।

Apply Now

এক সূত্ৰৰ মতে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ উত্তৰ প্ৰদেশৰ চাহাৰণপুৰো তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী আৰম্ভ হোৱা আন্দোলনে অন্য এক হটস্পট হৈ উঠাৰ আশংকাত জিলা প্ৰশাসনে আজি পুৱা হঠাতে কিষাণ মহাপঞ্চায়ত আয়োজনৰ অনুমতি বাতিল কৰি দিয়ে।

ততস্বত্বেও বুধবাৰে উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত কিষাণ মহাপঞ্চায়তত প্ৰিয়ংকা গান্ধীয়ে কয় যে আত্মনিৰ্ভৰ দেশক নিৰ্মাণ কৰে কৃষকে, কিন্তু নতুন কৃষি আইনে এই কৃষককে সংকটত পেলাইছে।

এই কিষাণ মহাপঞ্চায়তত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশৰ ২৭ খন জিলাত ১০ দিনীয়া ‘জয় জোৱান জয় কিষাণ’ ৰেলী অনুষ্ঠিত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

“তেওঁলোকে(চৰকাৰে) কৈছে কৃষকসকল দেশদ্ৰোহী, কিন্তু সত্যটো হৈছে তেওঁলোকহে দেশদ্ৰোহী।” এইদৰে অতি খুৰধাৰভাৱে চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

কিষাণ মহাপঞ্চায়তক সম্বোধি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি লগতে কয়, “পাকিস্তান আৰু চীন ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সময় থাকে, কিন্তু তেওঁক ভোট দিয়া নিজৰ গৃহ সমষ্টিৰ সীমান্তৰ কৃষকৰ আন্দোলনস্থলীলৈ যাবলৈ সময় নাই।”

প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত আন্দোলনকাৰী কৃষকক আন্দোলনজীৱী বুলি আখ্যা দি চূড়ান্তভাৱে অপমান কৰাৰ বুলিও দাবী কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাই।

“তেওঁলোকে(চৰকাৰ) আন্দোলনকাৰী কৃষকক বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদী কয়। তেওঁলোক কৃষক হ’ব পাৰে, কিন্তু কৃষকৰ হৃদয় কেতিয়াও দেশৰ বিৰোধী নহয়। কষকৰ হৃদয়ে সদায় নিজ জন্মভূমিৰ বাবে কাম কৰে। কৃষকসকলে এতিয়াও দিন-ৰাতি একাকাৰ কৰি দেশৰ বাবে উছৰ্গিত হৈ কাম কৰি আছে।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd