• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ নেতৃত্বত দুই শতাধিক বিজেপি-অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
February 10, 2021 7:31 pm
IMG-20210210-WA0013
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত দেখা পোৱা গৈছে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ চাইকেল ৰেলী, বাইক ৰেলী, পদযাত্ৰাৰ পৰা যোগদান সভালৈকে সকলোতে চলিছে নিৰ্বাচনী প্ৰচাৰ-প্ৰসাৰ৷

পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলো৷বিগত কেইটামান দিনৰ পূৰ্বে কংগ্ৰেছ দলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাৰ নেতৃত্বত নগাঁও সদৰ বিধানসভা সমষ্টিত প্ৰায় পাঁচ হাজাৰোধিক লোকক লগত লৈ বাহিৰ কৰিছিল এক বাইক ৰেলী৷সমান্তৰালভাৱে বিগত কেইদিনত যেন লোকৰ সোঁত বৈছে কংগ্ৰেছ দললৈ৷

Apply Now

বুধবাৰেও পাখিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু দেওধৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত নগাঁও সদৰ সমষ্টিত প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাৰ তৎপৰতাত এক যোগদান সভা অনুষ্ঠিত হয়৷

পাখিমৰীয়া কংগ্ৰেছ কমিটিৰ সভাপতি ৰবিন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত প্ৰায় দুই শতাধিক লোকে অগপ আৰু বিজেপি দলৰ পৰা আহি কংগ্ৰেছ দলত যোগদান কৰে৷

যোগদান সভাতেই বিজেপিক খুৰধাৰ সমালোচনা কৰে প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাই৷ সংবাদ মাধ্যমৰ আগত চমুৱাই মন্তব্য কৰে যে,  বিজেপিৰ মিথ্যাচাৰত লোকসকল আজি অতিষ্ঠ হৈছে যাৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ লোকে কংগ্ৰেছ দলত ইতিমধ্যে যোগদান কৰিছে৷

বিজেপিৰ দিনত হোৱা মূল্যবৃদ্ধি, খাজনা বৃদ্ধিৰ পৰা দেশৰ সম্পদ বিক্ৰী কৰা আৰু ‘কা’ৰ দৰে জাতিধ্বংসী বিধেয়ক জাপি দি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ অপচেষ্টাক সমালোচনা কৰে চমুৱাই৷

অনাগত দিনত কংগ্ৰেছ চৰকাৰ আহিলে ৭৫০০ টকাৰ ন্যায় আঁচনি, ১২০ ইউনিট বিনামূলীয়া বিজুলী, কৃষক ঋণ, মাইক্ৰ’ফাইনেঞ্চ ৰেহাই আৰু প্ৰতিঘৰতে এটাকৈ কৰ্ম সংস্থাপন দিয়া হ’ব বুলিও দাবী কৰে চমুৱাই৷

ইয়াৰোপৰি কংগ্ৰেছৰ দিনৰ জনকল্যাণ আঁচনিবোৰ পুনৰ আৰম্ভ কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd