• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতিবৃষ্টিৰ কবলত কেৰালা, বান-ভূমিস্খলনে জীৱন কাঢ়িলে ৬ জনৰ,সন্ধানহীন ১৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 10:05 am
Disaster strikes in Kerala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখন তীব্ৰ সংকটৰ সন্মুখীন হৈছে। অতিবৃষ্টিৰ ফলশ্ৰুতিত ৰাজ্যখনত বান – ভূমিস্খলনে ৰাজ্যখনৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে।

ৰাজ্যখনৰ কেইবাখনো জিলাত বান অহাৰ লগতে ইডুক্কি বান্ধৰ পানীৰ স্তৰো যথেষ্ট বৃদ্ধি পাইছে। বৰষুণৰ ফলত কেৰালাৰ বিভিন্ন ঠাইত মুঠ ৬জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD) এ কেৰালাৰ পাঁচখন জিলাত পুনৰ ধাৰাসাৰ বৰষুণ হ’ব সতৰ্কবাণী কৰিছে।বতৰ বিভাগে কেৰালাৰ সাতখন জিলাৰ ক্ষেত্ৰত অতি সতৰ্কতা আৰু ৰাজ্যখনৰ দুখন জিলাৰ বাবে সাধাৰণ সতৰ্কতা জাৰি কৰিছে।

চৰকাৰী সূত্ৰ অনুসৰি, ইডুক্কি জিলাৰ মোলামাট্টামত এগৰাকী মহিলাই গাড়ীত বহি থকা অৱস্থাতে ধাৰাসাৰ বৰষুণৰ বাবে প্ৰায় ১.৫ কিলোমিটাৰ গাড়ীখনে উটি যোৱাত মৃত্যুমুখত পৰে।

বৰষুণৰ বাবে কোট্টায়াম জিলাত ৩গৰাকী ব্যক্তি মৃত্যু মুখত পৰিছে। আন ৩গৰাকী লোকৰ মৃত্যু হৈছে ইডুক্কি জিলাত।

আনহাতে বৰষুণৰ বাবে ৰাজ্যত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

এতিয়ালৈকে কোট্টায়াম জিলাৰ কুটিকেলত ১২জন লোক সন্ধানহীন হৈ আছে। ভূমিস্খলনৰ বাবে বহুতো অঞ্চল চহৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। বানত উটি হৈছে ঘৰ–ভেটি।

জানিব পৰা মতে, ঠাইবোৰত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱাটোও অতি কঠিন হৈ পৰিছে। পৰিস্থিতিৰ গম্ভীৰতালৈ চাই মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ২৪ ঘণ্টাৰ বাবে উচ্চ সতৰ্কতা ঘোষণা কৰিছে।

বতৰ বিজ্ঞান বিভাগে পদনমথিট্টা, কোট্টায়াম, এৰ্নাকুলাম, ইডুক্কি আৰু ত্ৰিশূৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।

ভাৰতীয় নৌসেনাৰ লগতে সকলো উদ্ধাৰকাৰী দল অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। বায়ুসেনাই হেলিকপ্টাৰেৰে অভিযান চলোৱাৰ বাবে সাজু থকাৰ লগতে সেনাবাহিনীৰ লোককো উদ্ধাৰ অভিযানত নমোৱা হৈছে।

ৰাজ্যখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় জিলাসমূহ ইতিমধ্যে বৰষুণৰ সন্মুখীন হৈছে। বতৰ বিভাগৰ মতে সোমবাৰৰ ভিতৰত ৰাজ্যখনৰ উত্তৰৰ জিলাসমূহতো প্ৰচণ্ড বৰষুণ আৰম্ভ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd