• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ghost Village: কেৱল লক্ষ্মী পূৰ্ণিমাৰ দিনাহে এই ‘ভৌতিক’ গাওঁখনলৈ উভতি আহে গাওঁবাসী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2021 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ আচানচোলৰ এখন অতি ভিতৰৱা গাাওঁৰ নাম বেনা গাওঁ (বেনাগ্ৰাম)। গাওঁ খনত ঘৰ-দুৱাৰ, মন্দিৰ, কুঁৱা-দমকল আদি সকলোবোৰেই আছে।

কিন্তু বছৰৰ পিছত বছৰ ধৰি এই গাওঁ খনত কোনো লোকে বাস কৰা নাই।

বছৰৰ পিছত বছৰ ধৰি পৰিত্যক্ত হৈ থকাত গাওঁখনৰ ঘৰ বোৰ জহি খহি যাবলৈ ধৰিছে।

‘ভৌতিক’ গাওঁ হিচাবে জনাজাত এই গাওঁ খনত থকা নিজৰ ঘৰলৈ বছৰৰ মাত্ৰ এটা দিনতহে মানুহ আহে।

Apply Now

সেই দিনটো হৈছে লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাৰ দিনা গাওঁ খনৰ নিজৰ ঘৰলৈ অহা লোকসকলে ওৰে ৰাতি লক্ষ্মীক আৰাধনা কৰাৰ পিছতে পুৱতি নিশা ভোগ-প্ৰসাদ গ্ৰহণ কৰি পুনৰ গাওঁ এৰি আন ঠাইলৈ উভতি যায়।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে বহু বছৰ আগতে গাওঁ খনত কমেওঁ এশ ঘৰ লোক আছিল।

কিন্তু এটা সময়ত গাওঁখনৰ বহু ঘৰত নিশা কোনোৱাই শিল-ইটা দলিওৱা, দুৱাৰত টোকৰ মৰা আদি কামবোৰ কৰিবলৈ ল’লে। এনে কাৰ্যত গাওঁবাসী শংকিত হৈ পৰিল।

ভাবিলে এয়া হয়তো ‘ভূত’ৰেই কাম হ’ব। ইয়াৰ মাজতে গাওঁ খনৰ মাজতে থকা পুখুৰীৰ পাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাওঁবাসীৰ মনত খোপনি পোতা ‘ভূত’ৰ ধাৰণাটো আৰু অধিক দৃঢ় হৈ পৰিল।

তেওঁলোকে ‘ভূত’ৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেই গাওঁ এৰি আন ঠাইলৈ গুচি গ’ল। তেতিয়াৰে পৰা গাওঁ খন পৰিত্যক্ত হৈ ৰৈছে।

মাত্ৰ বছৰৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোতহে গাওঁবাসীয়ে গাওঁলৈ আহি লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰি পিছদিনা পুৱাই পুনৰ গাওঁ এৰি আন ঠাইলৈ গুচি যায়।

Latest News:Selection for Oscar চলি আছে বাছনি পৰ্ব; অস্কাৰৰ দৌৰত ‘শ্বেৰনি’, ‘চৰ্দাৰ উধম’

এই প্ৰক্ৰিয়া বছৰৰ পিছত বছৰ ধৰি চলি আহিছে যদিও চৰকাৰে শেহতীয়াকৈ গাওঁ খনত নিৰ্মাণ কৰিছে আটক ধুনীয়া বাট-পথ।

ব্যৱস্থা কৰিছে বিজুলী বাতিৰ। বেনা গাওঁ এতিয়া আৰু আগৰ দৰে জংঘলেৰে ভৰা গাওঁ হৈ থকা নাই।

সেইবাবে গাওঁ এৰি যোৱা বহুতে পুনৰ গাওঁ খনলৈ উভতি অহাৰ মন মেলিছে বুলি পৌৰসভাৰ এগৰাকী কৰ্মীয়ে প্ৰকাশ কৰিছে।

অৱশ্যে কালি লক্ষ্মী পূজাৰ পিছত এইবাৰো কোনো লোকেই গাওঁ খনত নাথাকি পুনৰ উভতি গৈছে আন ঠাইলৈ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd