• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ,কলিয়াবৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন

প্ৰজেক্ট হিউমিনিটিৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত শিশু দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ by পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ
November 14, 2021 2:43 pm
136
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ৰাজ পথত দৰিদ্ৰ শিশু সকলৰ মাজত এইদৰে পালন কৰে শিশু দিৱস।

প্ৰতিজন শিশুৰ বাবে এখন ধুনীয়া ধৰণী গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰজেক্ট হিউমিনিটিয়ে আজি শিশু দিৱস উপলক্ষে দৰিদ্ৰ শিশু সকলক বিদ্যালয়লৈ যোৱাৰ উপযোগী সামগ্ৰী বেগ, টিফিন, ফ্লাক্স, বহী পেঞ্চিল আদি বিতৰণ কৰে।

লগতে এই দৰিদ্ৰ শিশু সকলক নগৰৰ বিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰে প্ৰজেক্ট হিউমিনিটিয়ে।

ভৱিষ্যতেও এইদৰে দৰিদ্ৰ অভাৱী শিশু সকলক সহায় কৰি যাব বুলি কয় প্ৰজেক্ট হিউমিনিটিৰ সদস্যই।

এচাম কলেজীয়া ছাত্ৰৰ দ্বাৰা গঠিত প্ৰজেক্ট হিউমিনিটিৰ এনে কাৰ্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

কলিয়াবৰত উদ্‌যাপন কৰা হয় শিশু দিৱস।

আজিৰ শিশু¸কাইলৈ দেশৰ ভৱিষ্যত।এই মূলমন্ত্ৰৰে দেশত উদ্‌যাপন কৰা হৈছে শিশু দিৱস।

সমান্তৰালকৈ জখলাবন্ধা গাঁও পঞ্চায়তৰ সৌজ্যনত ১৪ নৱেম্বৰ দিনটোত উদ্‌যাপন কৰে শিশু দিৱস।

সাম্প্ৰতিক কোভিডসৃষ্ট পৰিৱেশৰ মাজতে কোভিডবিধি অনুসৰি পালন কৰা হয় শিশু দিৱস।

শিশুৰ শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ খেল-ধেমালিৰ জৰিয়তে পালন কৰা হয় শিশু দিৱস।

শিশুৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি জখলাবন্ধা গাঁও পঞ্চায়তে উদ্‌যাপন কৰে শিশু দিৱস।
মন্তব্য- উদযাপন সমিতিৰ বিষয়ববীয়া।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd