• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ,কলিয়াবৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন

প্ৰজেক্ট হিউমিনিটিৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত শিশু দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ by পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ
November 14, 2021 2:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ ৰাজ পথত দৰিদ্ৰ শিশু সকলৰ মাজত এইদৰে পালন কৰে শিশু দিৱস।

প্ৰতিজন শিশুৰ বাবে এখন ধুনীয়া ধৰণী গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰজেক্ট হিউমিনিটিয়ে আজি শিশু দিৱস উপলক্ষে দৰিদ্ৰ শিশু সকলক বিদ্যালয়লৈ যোৱাৰ উপযোগী সামগ্ৰী বেগ, টিফিন, ফ্লাক্স, বহী পেঞ্চিল আদি বিতৰণ কৰে।

Apply Now

লগতে এই দৰিদ্ৰ শিশু সকলক নগৰৰ বিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰে প্ৰজেক্ট হিউমিনিটিয়ে।

ভৱিষ্যতেও এইদৰে দৰিদ্ৰ অভাৱী শিশু সকলক সহায় কৰি যাব বুলি কয় প্ৰজেক্ট হিউমিনিটিৰ সদস্যই।

এচাম কলেজীয়া ছাত্ৰৰ দ্বাৰা গঠিত প্ৰজেক্ট হিউমিনিটিৰ এনে কাৰ্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

কলিয়াবৰত উদ্‌যাপন কৰা হয় শিশু দিৱস।

আজিৰ শিশু¸কাইলৈ দেশৰ ভৱিষ্যত।এই মূলমন্ত্ৰৰে দেশত উদ্‌যাপন কৰা হৈছে শিশু দিৱস।

সমান্তৰালকৈ জখলাবন্ধা গাঁও পঞ্চায়তৰ সৌজ্যনত ১৪ নৱেম্বৰ দিনটোত উদ্‌যাপন কৰে শিশু দিৱস।

সাম্প্ৰতিক কোভিডসৃষ্ট পৰিৱেশৰ মাজতে কোভিডবিধি অনুসৰি পালন কৰা হয় শিশু দিৱস।

শিশুৰ শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ খেল-ধেমালিৰ জৰিয়তে পালন কৰা হয় শিশু দিৱস।

শিশুৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি জখলাবন্ধা গাঁও পঞ্চায়তে উদ্‌যাপন কৰে শিশু দিৱস।
মন্তব্য- উদযাপন সমিতিৰ বিষয়ববীয়া।

পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ

পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা, শিৱসাগৰ-কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd